ডিজিটেল ডেস্কঃ দেশৰ মহিলা শ্বুটাৰ তেজশ্বীনি চাৱন্তে ভাৰতলৈ আনিলে ৰূপৰ মেডেল৷ শ্বুটাৰ তেজশ্বীনি চাৱন্তে ৫০ মিটাৰৰ ৰাইফলত প্ৰণ বিভাগত ৬১৮.৯ স্কোৰ কৰি ৰূপৰ মেডেল লাভ কৰে৷
#GC2018Shooting
— Doordarshan Sports (@ddsportschannel) April 12, 2018
for #TejaswiniSawant in 50m Rifle Prone Finals#CommonwealthGames2018 #GC2018 pic.twitter.com/gNqsSLLe8P
অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ বাবে ভাল দিনৰ আশা কঢ়িয়াই আনিছে ক্ৰীড়াৰ ক্ষেত্ৰখনত৷
Its a Silver for #TejaswiniSawant in Women's 50m Rifle Prone Finals at #GC2018Shooting Event! Missing by a whisker she scored a total of 618.9 points, mere 2.1 points behind the gold medallist #MartinaLindsayVeloso of #TeamSingapore. #AnjumMoudgill finished 16th with 602.2 ! pic.twitter.com/9CzQTPVS42
— IOA - Team India (@ioaindia) April 12, 2018
প্ৰতিটো দিনেই সুন্দৰ আৰম্ভণি কৰিছে ভাৰতৰ খেলুৱৈসকলে৷ কুষ্টিত সুশীল কুমাৰে ইতিমধ্যে ফাইনেলয় প্ৰৱেশ কৰি ৰূপৰ মেডেল সুনিশ্চিত কৰিছে৷ আনহাতে ৰাহুল অবাৰে কুষ্টিত ব্ৰঞ্জৰ মেডেল লাভ কৰাটো সুনিশ্চিত হৈছে৷
বৃহস্পতিবাৰে ৮টা পদকৰ ববাে যুঁজ দিব৷ ভাৰতে মুঠ পদক লাভ কৰিছে ২৫ টা৷ ১২ সোণ, ৫ ৰূপ আৰু ৮ ব্ৰঞ্জৰ মেডেল ভাৰতলৈ আহিছে৷ কমনৱেলথ তালিকাত তৃতীয় স্থানত আছে ভাৰত