21
May
2018

anitwitter
newsnextone.com | ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টানমত চলন্ত ৰেলত জুই লগাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়৷ দিল্লীলৈ আহি থকা অৱস্থাত এপি এক্সপ্ৰেছত গোৱালিয়ৰৰ বিৰলানগৰ ৰেল ষ্টেচনৰ সমীপত জুই লাগিবলৈ আৰম্ভ কৰে কেইবাটাও ডবাত৷
#UPDATE Fire broke out in 4 coaches of Andhra Pradesh Express near Birlanagar station in Gwalior. Fire under control now. All passengers safe #MadhyaPradesh (Earlier visuals) pic.twitter.com/QjZIrGaqOR
— ANI (@ANI) May 21, 2018
হঠাৎ ধোৱা ওলাব ধৰাৰ লগতে জুই লাগিবলৈ আৰম্ভ কৰে৷ জুই আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীক নুমুৱাই ৰক্ষা কৰাত কোনো যাত্ৰী এতিয়ালৈ আহত হোৱাৰ খবৰ প্ৰকাশ হোৱা নাই৷