10
Nov
2018
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/4bed6d4e-0bfc-4f5c-80f1-630883ac0893.jpg?itok=J4w7ln4p)
বেইজিংঃ এতিয়াৰপৰা কোনো অপৰাধীয়েই অপৰাধ সংঘটিত কৰি লুকুৱাব নোৱাৰিব মুখ।
কেমেৰাৰ সন্মুখত কাপোৰ বা হাতেৰে মুখ ঢাকি গোপন কৰিব নোৱাৰিব আত্ম পৰিচয়। কেমেৰাত ধৰা পৰাৰ পাছত অপৰাধীজনৰ মনস্তত্ত্ব, পৰিচয়, ঘৰৰ ঠিকনা সকলোবোৰ জানিবৰ বাবে সাজু কৰি উলিওৱা হৈছে এটা অত্যাধুনিক ছফটৱেৰ।
মানুহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ 'ওয়াটিক্স' নামৰ চীনা সংস্থা এটাই এই প্ৰসংশনীয় পদক্ষেপ হাতত লৈছে।