লখিমপুৰঃ সমাগত লোকসভা নিৰ্বাচন। নেতা-পালি নেতা ব্যস্ত হৈ পৰিছে ৰাজনৈতিক অংকত। কিন্তু জনতাৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ আহৰি নাই আমাৰ জনপ্ৰতিনিধিৰ। আমি অনুসন্ধান চলাইছিলোঁ ১৪ নং লখিমপুৰ লোকসভা সমষ্টি এক ভিতৰুৱা অঞ্চল জহিং কয়লামাৰী চাহ বাগানত। 

গম লওঁ আহক চাহ জনগোষ্ঠীয় লোকসকলৰ মনৰ বতৰা--