30
Mar
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/de.jpg?itok=ydw1KzLv)
মোৰাঝাৰঃ নীলবাগানৰ জয়ন্তীয়া বস্তুি গাঁৱত আৰক্ষীক ঘুচিয়াই পলাই গ'ল কুখ্যাত ডকাইত৷ ডকাইতটোৰ নাম নূৰ আলম ওৰফে ছাজন৷
হোজাই আৰক্ষীয়ে ডকাইতটোক ধৰিবলৈ এছ আই ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়৷
হোজাই জিলাৰ বিভিন্ন থানাৰ ১৪ টা ডকাইতিৰ গোচৰত অভিযুক্ত নীলবাগানৰ বুৰিবাইল গাঁৱৰ বাসিন্দা ছাজন নামৰ দুৰ্ধৰ্ষ ডকাইতটো৷
নূৰ চৌঃ পেট্ৰ’ল পাম্পৰ ডকাইতিৰো মূল অভিযুক্ত ডকাইতটো৷ হোজাই থানাৰ দুজন কনিষ্টবল ডকাইতৰ ঘোচাত আঘাতপ্ৰাপ্ত হয়৷
পলাতক ডকাইতটোৰ সন্ধানত আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷