
♦ ওৰ পৰিল আমনিৰ কাঞ্চনবস্তিত সংঘটিত হত্যাকাণ্ডৰ ৰহস্য।
♦ চামগুৰি আৰক্ষীৰ হাতত উদমাৰিৰপৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত।
♦ ধৃত ৰাজু ঘাটোৱাৰ আৰু সুনীল ঘাটোৱাৰ।
♦ যোৱা বৃহস্পতিবাৰে কাঞ্চনবস্তিত জিতেন গোৱালাক হত্যা কৰি মোনাত ভৰাই পেলাইছিল দ' কুঁৱাত।
♦ ধনৰ লেনদেনৰ বাবেই দুই ঘাতকে কৰিছিল হত্যাকাণ্ড, আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত আহিল পোহৰলৈ।