03
Jun
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/970377de-1eea-4e9b-860d-8c1ca015a1b7.jpg?itok=nTp4EL5Z)
তেজপুৰঃ সংগ্ৰামী বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত জামুগুৰিৰ চৈবাৰীত অনুষ্ঠিত হৈ যায়। অধিৱেশন উপলক্ষে জিলা ভিত্তিত দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
অধিৱেশন উপলক্ষে ৰাজীৱ দাস, উৎপল ভূঁঞা, পৰশমণি সিংহ, সাংবাদিক অপুৰ্ব বৰা, ফনিন্দ্ৰ বৰুৱা, নিৰলা ডেকা, এন কে ঝাৰ লগতে বহুকেইজন লোকক জীৱনযোৰা সংগ্ৰামী বঁটা প্ৰদান কৰে৷ অনুষ্ঠান অংশগ্ৰহণ কৰি প্ৰতিজন লোকেই অনুষ্ঠানৰ শলাগ লয়।