
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ দুই চোৰাংচোৱা সংস্থাৰ নতুন মুৰব্বী নিয়োজিত কৰিছে৷ সেই অনুসৰি অৰবিন্দ কুমাৰে চোৰাংচোৱা সংস্থাৰ দায়িত্ব গ্ৰহণ কৰিব৷ একেদৰে দেশৰ বাহিৰত কৰ্ম সম্পাদনা কৰা চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং বা চমুকৈ ৰ’ৰ নেতৃত্ব ল’ব সামন্ত গোৱেলে৷
দুয়োজন আইপিএছ বিষয়া ১৯৮৪ বেটচৰ৷