03
Jun
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-06-03%20at%2010.22.54%20AM.jpeg?itok=TajgIjxV)
মোৰাঝাৰঃ হোজাই জিলাৰ ডবকাৰ পৰা দুই শিশু সন্ধানহীন হৈছে। ছয় দিনৰ পৰা সন্ধানহীন বাৰ-তেৰ বছৰীয়া শিশু দুটি। সোমবাৰে ব্যৱসায়িক লেনেদেনৰ টকা আনিবলৈ দেউতাকে পঠিয়াইছিল নগাঁৱলৈ।
তাৰ পিছৰে পৰা সন্ধান নাই শিশুদুটাৰ। শিশু দুটিৰ নাম হৈছে বাহাৰুল ইছলাম আৰু জুমান আলী। কোনো সদাশয় ব্যক্তিয়ে শিশু দুটাক দেখা পালে 70020-57175 নম্বৰত যোগাযোগ কৰিবলৈ আহবান জনাইছে পৰিয়ালৰ লোকে।