28
Mar
2019

গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ উদ্ধাৰ। ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচী সময়ত ষ্টেচনৰ ১ নম্বৰ প্লেট ফৰ্মৰপৰা উদ্ধাৰ হোৱা সোণখিনিৰ ওজন প্ৰায় ১.২৯৬ কিল’গ্ৰাম।