15
Jul
2017

প্ৰতিকী ফটো (সংগৃহীত)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ট্ৰালৰ সাতোৰা এলেকাত দুজনকৈ সন্ত্ৰাসবাদীক ধৰাশায়ী কৰাৰ লগতে আন ৫ জনক জালত পেলাবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। আজি পুৱাৰ ভাগত এই সাফল্য সেনাৰ অভিযানৰ।
সেনাৰে সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষত বাণ্ডিপোৰা জিলাৰ ছম্বল এলেকাত শুকুৰবাৰে এজন সন্ত্ৰাসবাদী নিহত হৈছিল। অভিযান এতিয়াও অব্যাহত আছে।