তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত মতামত প্ৰকাশ কৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ জেললৈ

ডিজিটেল ডেস্কঃ ২১ আগষ্ট: সামাজিক মাধ্যমত দূৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানক মুকলিকৈ সমৰ্থন কৰি পোষ্ট দিয়া ১৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ৰাজ্যৰ ১০ খন জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তালিবানক সমৰ্থন কৰা এই ১৪ জন যুৱকক।

উচ্চ শিক্ষাৰে শিক্ষিত আৰু বিজ্ঞানৰ ছাত্ৰও জড়িত আছে এই আইন বিৰোধী কাৰ্যত৷তেওঁলোকৰ ভিতৰত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু দুজন মৌলানা। নাদিম আফতাৰ নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনৰ ঘৰ হৈছে হাইলাকান্দিত।

আনহাতে ডুবাই, ছৌদি আৰৱ, মুম্বাইত থকা অসমৰ আন ৩ জন তালিবান সমৰ্থকৰ তথ্য সমগ্ৰহ কৰিছে আৰক্ষীয়ে। সেইসকলকো গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে অসম আৰক্ষীয়ে।পৰৱৰ্তী সময়ত এই তালিকা অধিক দীঘলীয়া হোৱাৰ উমান পোৱা গৈছে৷ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ ১১ জিলাৰ ১৭ টা প্ৰফাইল চিনাক্ত কৰি অভিযান অব্যাহত ৰাখিছে।গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে৷

অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন অসমৰ ১৪ জন তালিবানৰ সমৰ্থকৰ মাজত আছে ৪০ উৰ্ধৰ ৩ গৰাকী মৌলানা।

অসম আৰক্ষীয়ে আটক কৰা এই ১৪ গৰাকী তালিবানৰ সমৰ্থক কেইজন হ’ল দৰং জিলাৰ মৌলানা ফাজুল কৰিম (৪৯), কামৰূপ গ্ৰাম্যৰ আবু বক্কৰ ছিদ্দিক (৫৫), ছাইদুল হক (২৯), কাচাৰ জিলাৰ জাভেদ মজুমদাৰ, বৰপেটা জিলাৰ মজিদুল ইছলাম (২৫), ফাৰুক হুছেইন খান (৩২), ধুবুৰী জিলাৰ ছৈয়াদ আহমেদ(২৭), অৰমান হুছেইন (২৫), হাইলাকান্দিৰ নাদিম আখটাৰ (২৩), দক্ষিণ শালমাৰাৰ খান্দাকাৰ নুৰ আলম, গোৱালপাৰাৰ মৌলানা য়াছিন খান (২৬) হোজাইৰ মৌলানা বাছিৰুদ্দিন লস্কৰ (৬৫), কৰিমগঞ্জৰ মুজিব উদ্দিন আৰু মুৰ্টোজা হুছেইন খান।

অসম আৰক্ষীয়ে এইসকল লোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়
৷SPONSORED CONTENT
Mgid
Mgid

मधुमेह के मुख्य शत्रु को ढूंढें! आपका शुगर लेवल घटकर 4 पर आएगा
Insulux

मर्दाना ताकत 1 रात में वापस पाने का एकमात्र तरीका
Man Boost

Diabetes's Main Enemy Has Been Found! Sugar Level Drops To 4
Insulux

Guwahati Manager Fired After Making Thousands Rich By Mistake
The Grand Ivy Casino

यदि आप इस तरह से पेपिलोमा पाते हैं, तो सावधान रहें!
Detoyic

भारत का नं 1 तेल जो बालों को फिर से सिर्फ एक हफ्ते में उगाता है
Metro Hair Oil

स्‍टेमिना और मर्दाना ताकत बढाने का प्राकृतिक तरीका
ManBoost

सोरायसिस 2 दिन में चली जाएगी यदि आप हर सुबह ये लगाएंगे
Psolixir

দৰঙৰ দিপীলাৰ গনহত্যাৰ ২৯ বছৰ…

ডায়াবেটিসের প্রধান শত্রু আবিষ্কৃত হয়েছে! শুগার 4.2-এ নেমে আসবে
Insulux

You Should Do This Daily To Reverse Diabetes. Treatment Found
Insulux

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে ‘মন্টুৰ মনটো’ঃ মন্দাকিনি গোস্বামীলৈ শ্ৰেষ্ঠা অভ…

मर्दों, दिन में एक बार करने पर आपको गोली की जरूरत नहीं है
Testo Booster

डायबिटीज का असली दुश्मन मिल गया! शर्करा 4.3 तक गिर जाती है।
Insulux

क्या आप जोड़ों के दर्द से पीड़ित हैं? कृपया इसे जरूर पढ़े
Arthrazex
শ্বেয়াৰ কৰক

আাগৰ লেখা

শিমলুগুৰিত শ শ হেক্টৰ মাটিত ৰুৱ নোৱাৰিলে শালি ধানৰ কঠিয়া, ৰবি শস্য খেতিৰ সুবিধা কৰিবলৈ চৰকাৰলৈ আহ্বান…

শেহতীয়া লেখা

কাবুলত আৱদ্ধ ভাৰতীয়ঃ ৮৫ জনক উদ্ধাৰৰ বিপৰীতে শতাধিকক অপহৰণ তালিবানৰ..

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি

মুখ্য-পৃষ্ঠা
পুৱাৰ খবৰ…

অসম
অসমত পুনৰ ৬৪০জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

অসম
ভ্ৰাম্যমান থিয়েটাৰৰ কৌতুক অভিনেতা হৰেণ মালাকাৰৰ দেহাৱসান…

মুখ্য-পৃষ্ঠা
সুবিধা-আকৰ্ষণ আৰু পানীত ধন!

অসম
কটন কলেজত স্নাতক শাখাৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা বাতিল…

অসম
বৰষুণৰ অভাৱত ছিৰাল ফাট: বকোত চাৰিটাকৈ জলসিঞ্চন প্ৰকল্পৰ পৰা খেতিয়কে পথাৰত নাপালে…

শীৰ্ষ খবৰসমূহ

পুৱাৰ খবৰ…

Aug 21, 2021
অসমত পুনৰ ৬৪০জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

Aug 21, 2021
ভ্ৰাম্যমান থিয়েটাৰৰ কৌতুক অভিনেতা হৰেণ মালাকাৰৰ দেহাৱসান…

Aug 21, 2021
সুবিধা-আকৰ্ষণ আৰু পানীত ধন!

Aug 21, 2021

SPONSORED CONTENT
Mgid
Mgid

यदि आप इस तरह से पेपिलोमा पाते हैं, तो सावधान रहें!
Detoyic

डायबिटीज का असली दुश्मन मिल गया है। शर्करा का स्तर 4 पर आ जाता है

10,00,000 प्रति सप्ताह कमाने वाली लड़की बताएगी राज़
Olymp Trade

डायबिटीज का असली दुश्मन मिल गया! शर्करा 4.3 तक गिर जाती है।
Insulux
Loading...
Loading...

অসমীয়া প্ৰতিদিন অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত।

Get it on Google Play
Get it on App Store

বিভাগসমুহ
মুখ্যপৃষ্ঠা
গুৱাহাটী
অসম
উত্তৰ-পূব
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
বিনোদন
সম্পাদকীয়
শিক্ষা-প্ৰযুক্তি
অর্থনীতি
E-Paper
যোগাযোগ আৰু ঠিকনা
সাদিন বিল্ডিং
মণিৰাম দেৱান পথ, চান্দমাৰি
গুৱাহাটী- ৭৮১০০৩
ফোন : ০৩৬১ ২৬৬ ০৪২০
ই-মেইল : asomiyapratidin@yahoo.co.in
ছ’চিয়েল মিডিয়া
Facebook
Likes
27,032
Followers
Instagram
Followers
Youtube
Subscribers
© ২০২০ - অসমীয়া প্ৰতিদিনaviyantrik