Home লাইফষ্টাইলকৰ’না কালৰ খেৰ-কূটা! ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে ডালচেনি

কৰ’না কালৰ খেৰ-কূটা! ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে ডালচেনি

by News Desk
A+A-
Reset
dalsini

স্বাস্থ্য প্ৰতিবেদনঃ কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই খাদ্যত ডালচেনিৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে। বিভিন্ন গৱেষণাত এয়া প্ৰমাণিত হৈছে যে কৰ’না ভাইৰাছৰ ঘৰুৱা প্ৰতিষেধক হিচাপে ডালচেনি ব্যৱহাৰ কৰিব পৰা যায়৷ কিন্তু কোন সময়ত আৰু কেনেকৈ এই ডালচেনি ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি হ’ব সেয়া জানি লোৱা দৰকাৰ।

ভাৰতীয়সকলে বিভিন্ন ধৰণৰ ৰন্ধা-বঢ়াত অতি প্ৰাচীন কালৰে পৰা ডালচেনিৰ ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় গৃহিনীসকলে ব্যৱহাৰ কৰা ‘গৰম মছলা’ৰ এক অপৰিহাৰ্য্য উপাদান হৈছে এই ডালচেনি৷ গৰম মছলাত ব্যৱহাৰ কৰা এই ডালচেনিয়ে যে আমাৰ শৰীৰৰ ভিতৰত থকা অপকাৰী ভাইৰাছবোৰক ধুই-পখালি শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে সেয়া শেহতীয়া গৱেষণাত দেখা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0