গুৱাহাটীত চাদৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/33a130e5-0bd4-4381-ae4f-8d05f7d06a99.jpg?itok=I68SR26b)
গুৱাহাটীঃ 'অপ' কোম্পানী বেনাৰ লগাবলৈ গৈ গুৱাহাটীৰ জু-তিনিআলিৰ ৰাধা ভৱনৰ ছাদৰপৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয়৷ ঘটনাটো সংঘটিত হয় শুকুৰবাৰে দিনৰ ১২ বজাত ।
মৃত ব্যক্তিজনৰ নাম পংকজ বুলি জানিব পৰা গৈছে। মৃত শ্ৰমিক জনৰ ঘৰ ছেগুণবাৰি পাহাৰত। পংকজৰ বয়স ২৯ বছৰ বুলি জানিব পৰা গৈছে।