newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্তত ফিফা বিশ্বকাপ-২০১৮ আৰম্ভ হ’ল৷ এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া মস্কো অভিমুখে৷ এমাহৰ ফুটবলৰ ৰণ আৰম্ভ হ’ল৷

দৰ্শকে নিজ নিজ দলক লৈ উল্লাস প্ৰকাশ কৰি দেখা গৈছে৷ মস্কোৰ লুজিনকী ষ্টেডিয়ামত ঘৰুৱা ৰাছিয়া আৰু আৰবৰ মাজত প্ৰথম মেচ অনুষ্ঠিত হ’ব মাত্ৰ কিছু সময় পিছতে৷ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্বৰ আগশাৰীৰ সংগীত শিল্পী৷