ডিজিটেল ডেস্কঃ শনিবাৰে চীনৰ বুহানত চীনৰ ৰাষ্ট্ৰপতি চী জিনপিঙৰ সৈতে আনুষ্ঠানিক বাৰ্তা সম্পূৰ্ণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতলৈ উভতি আহে৷ এই বাৰ্তা বৈঠকত দুয়ো দেশত ৰাষ্ট্ৰপ্ৰধানে নিজ নিজ সেনা আৰু সামৰিক দিশ নিৰ্ণয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যাতে বিশ্বাস আৰু বুজাবুজি বৰ্তি থাকে৷ এই খবৰ দুয়ো দেশে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই যদিও চীনৰ সংবাদ মাধ্যমে এনেদৰে বাতৰি প্ৰকাশ কৰিছে৷
Xinhua Headlines: Xi expects meeting with Modi to open new chapter in China-India ties https://t.co/Cil0dkUn4E pic.twitter.com/kDHZhdVXjr
— China Xinhua News (@XHNews) April 27, 2018
মধ্য চীনৰ বুহানত দুয়ো খন দেশৰ নেতাই দুই দিনৰ আনুষ্ঠানিক শিখৰ বাৰ্তা সমাপন কৰাৰ পিছতে ভাৰতৰ বিদেশ সচিব বিজয় গোখলেয়ে দুয়োগৰাকী নেতাই ভাৰত-চীনৰ সীমা ক্ষেত্ৰত শান্তি অটুট ৰাখিব বিচাৰে বুলি কয়৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ মতে, ভাৰত-চীনে লগ লাগি আফগানিস্তানৰ আৰ্থিক, সামাজিক উন্নয়নৰ বাবে কাম কৰিব পাৰে৷
Xi, Modi take a lakeside stroll in Wuhan, central China https://t.co/UNJZSzhRIO pic.twitter.com/sK4wlohAY6
— China Xinhua News (@XHNews) April 28, 2018
বিদেশ সচিব বিজয় গোখলেয়ে কয় ‘‘দুয়ো দেশৰ নেতাই নিজ নিজ দেশৰ সেনাক নীতি নিৰ্দেশনা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যাৰ দ্বাৰা যোগাগোগ ব্যৱস্থা শক্তিশালি কৰা হ’ব৷ বিশ্বাস আৰু শান্তি অটুট ৰাখিবৰ বাবে যি ধৰণৰ পন্থা অৱলম্বন কৰিব লাগে তেনে পন্থা অৱলম্বন কৰাৰ বাবে দুয়ো পক্ষই সিদ্ধান্ত গ্ৰহণ কৰে৷ সীমা এলেকাৰ পৰিৱেশ উন্নত কৰা হ’ব যাতে যাতে যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷’’
Foreign Secretary Vijay K. Gokhale said that #Chinese President #XiJinping is fond of Indian films and has seen a number of them. #Bollywood
— ANI Digital (@ani_digital) April 28, 2018
Read @ANI Story | https://t.co/kC5Al2GWpf pic.twitter.com/TBQrggsaxB
মোডী আৰু জিংপিঙে অন্তৰৰ কথা কোৱা বুলি উল্লেখ কৰি দুয়ো দেশৰ আনুষ্ঠানিক শিখৰ বাৰ্তাত বিশ্বাস পুনৰ গঢ়ি তোলা আৰু দুয়ো দেশৰ সম্পৰ্কৰ শুধৰণি কৰাৰ চেষ্টা কৰা হয়৷ বিগত বছৰত চীন-ভাৰতৰ সীমাৰ ডোকলামত প্ৰায় ৭৫ টা দিন এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পৰ্কৰ শুধৰণি কৰিব বিচৰা বুলি চৰ্চা হৈছে৷ চুবুৰীয়া দেশৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰা বুলি চৰ্চা হৈছে৷ কিন্তু এয়া কুটনৈতিক কৌশল কিমানদূৰ সফল হ’ব এতিয়াই কব পৰা নাযায়৷
China: Prime Minister Narendra Modi departs for Delhi from Wuhan. pic.twitter.com/gDxjIyy3Md
— ANI (@ANI) April 28, 2018
বিদেশ সচিব বিজয় গোখলেই আৰু কয় ‘‘দুয়োগৰাকী নেতাই দুয়ো দেশৰ মাজত ইমানলৈ বুজাবুজি হোৱাটো বিচাৰে যে ভাল সম্পৰ্কৰ মাজেৰে মতভেদ নোহোৱাকৈ শান্তিপূৰ্ণ চৰ্চা, পৰস্পৰে পৰস্পৰৰ ভাৱনাৰ খবৰ ৰাখিব পৰাৰ লগতে, চিন্তা-আকাংক্ষাক সন্মান কৰিব পৰা যাতে যায়৷ দুয়ো দেশৰ মাজত ব্যাপক সামৰিক সঞ্চাৰ মজবুত কৰাৰ সহমতত উপনীত হয়৷ সন্ত্ৰাসবাদক ভয়াবহ বুলি চিন্তা কৰি দুয়ো দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত একেলগে আগবঢ়াৰ বাবে সহমতত উপনীত হয়৷
The menu card designed for the private lunch hosted for PM Modi in Wuhan has colors of Indian flag, along with the picture of national bird peacock. President Xi Jinping paid personal attention to small details: Sources pic.twitter.com/RgaasV3ctD
— ANI (@ANI) April 28, 2018
Prime Minister #NarendraModi and #Chinese President #XiJinping identified #terrorism as a major global problem and committed to take steps to eradicate the menace at the bilateral and multilateral levels.
— ANI Digital (@ani_digital) April 28, 2018
Read @ANI Story | https://t.co/VBoHw4P6iP pic.twitter.com/yor9MaTCiq
Proposals forwarded by PM included moving ahead to find ways to collaborate in terms of entertainment including films & President said he has seen a no. of Indian films & it would be a good idea to expand this. More Indian films should come to China & vice-versa: Foreign Secy pic.twitter.com/ZoXp7z8Wl0
— ANI (@ANI) April 28, 2018
#China: More visuals from Prime Minister Narendra Modi & Chinese President Xi Jinping's house boat ride in Wuhan's East Lake. pic.twitter.com/NqKM8o0uTU
— ANI (@ANI) April 28, 2018
PM and President Xi also recognised the common threat posed by terrorism both reiterated their strong condemnation of a resolute opposition to terrorism in all its forms and manifestations. Both committed to cooperate further in counter-terrorism: Foreign Secretary Vijay Gokhale pic.twitter.com/zWjpfkhnYN
— ANI (@ANI) April 28, 2018
The two leaders (Modi & Xi) underscored that it is important to maintain peace along India-China border region & decided that they will issue strategic guidance to their respective militaries to strengthen communications & to build trust & understanding: Foreign Secretary pic.twitter.com/TWDmFYIWRk
— ANI (@ANI) April 28, 2018
মোডীয়ে চীনৰ ৰম্যভূমি ইষ্টলেকৰ পাৰত চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে সময় অতিবাহিত কৰে৷ চাহৰ কাপ হাতত লোৱা দেখা যায় দুয়ো নেতাক৷ বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ৰবিশ কুমাৰে টুইট কৰি কয় যে ভাৰত চীনৰ সম্পৰ্ক আগুৱালে আৰু বিশেষ দিশে গতিত কৰাৰ দিশে৷ সম্পৰ্কই ভৱিষ্যতৰ গতি নিৰ্ধাৰণ কৰিব৷ আনহাতে শনিবাৰে পুৱাই চীনৰ ৰাষ্ট্ৰপতিয়ে মোডীৰ সৈতে অতিবাহিত কৰে৷
China: Prime Minister Narendra Modi & Chinese President Xi Jinping inside a house boat in Wuhan's East Lake. pic.twitter.com/2VrpcPXz30
— ANI (@ANI) April 28, 2018
China: Prime Minister Narendra Modi & Chinese President Xi Jinping inside a house boat in Wuhan's East Lake. pic.twitter.com/liYCxlRiXA
— ANI (@ANI) April 28, 2018
#WATCH China: Prime Minister Narendra Modi & Chinese President Xi Jinping have tea after a walk along East Lake in Wuhan. pic.twitter.com/5BuROg31Cg
— ANI (@ANI) April 28, 2018
#China: Prime Minister Narendra Modi & Chinese President Xi Jinping at East Lake in Wuhan. pic.twitter.com/JN6BvlV8mv
— ANI (@ANI) April 28, 2018
#WATCH: Prime Minister Narendra Modi & Chinese President XI Jinping enjoy an instrumental rendition of 1982 Bollywood song 'Tu, tu hai wahi dil ne jise apna kaha,' at an event in China's Wuhan. (27.04.2018) pic.twitter.com/KjGRcHbl38
— ANI (@ANI) April 28, 2018
নৌকা বিহাৰ কৰে দুয়ো নেতাই৷ দুয়ো নেতাই নৌকাত বহু সময় কথা পতা পৰিলক্ষিত হয়৷ তাৰ পিছতে মোডীক আদৰাৰ বাবে ভোজৰ আয়োজন কৰে চীনৰ ৰাষ্ট্ৰপতিয়ে৷ ভোজৰ পিছতে শিখৰ সন্মিলন সমাপ্ত হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় দেশলৈ ৰাওনা হয়৷ শুকুৰবাৰে অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিজয় গোখলে, চীনৰ ভাৰতৰ ৰাষ্ট্ৰদূত গৌতম বম্ববালে উপস্থিত থাকে৷