14
Feb
2017

গুৱাহাটীঃ আপুনি যদি এখন চাৰিচকীয়া বাহন নতুনকৈ ক্ৰয় কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে এটি সুখবৰ।
গুৱাহাটীৰ চানমাৰিস্থিত বিমল অটো এজেঞ্চিয়ে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে মুকলি কৰে আকৰ্ষণীয় সা-সুবিধাযুক্ত Dzire Allure নামে এখন বাহন।
Swift Dzire ৰ অন্য বাহনসমুহৰ তুলনাত বিশেষ সা-সুবিধা থকা এই বাহনখনৰ প্ৰথম গ্ৰাহক বৰ্ষা আদিত্য সিং- এ বাহনখন মুকলি কৰে।Dzire Allure বাহনখনৰ মূল্য ৬,৬১,৪১১ টকা।