04
Mar
2019

♦ জাগীৰোডৰ ধৰমতুলত নকল টকা জব্দ
♦ প্ৰায় ২ কোট টকাৰ নকল নোট জব্দ কৰে আৰক্ষীয়ে।
♦ নকল নোট জব্দ কৰাৰ লগতে আটক কৰে দুজন লোকক।
♦ জব্দ কৰিলে নকল টকা ছপা কৰা মেচিনো।
♦ ধৃতদ্বয়ৰ নাম ৰিপণ চন্দ্ৰ মান্তা আৰু হবিবুৰ ৰহমান।