18
Jul
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/default_images/article_image.jpg?itok=H_C-F17y)
তেজপুৰ, অপুৰ্ব বৰাঃ তেজপুৰৰ পাচমাইলত অঘটন।
তেজপুৰৰ পাঁচমাইলৰ আলিচিঙা উৰিয়ামগুৰিত থকা বিদ্যুতৰ খুটাৰপৰা প্ৰৱাহিত হৈ থকা বৈদ্যুতিক আৰঠিঙৰ তাঁৰৰপৰা বিদ্যুৎ পৰিবাহ হৈ আজি পুৱা ৯:১৫ মান বজাত দিকৰাইজানৰ মমতাজ আলি (৭১)নামৰ লোক এজন বিদ্যুস্পৃষ্ট হৈ ছটফটাই থকা সময়ত অঞ্চলটোৰ মফিজুদ্দিন আহমেদ নামৰ এজন বচাবলৈ গৈ যুৱকজনো বিদ্যুস্পৃষ্ট মৃত্যুমুখত পৰে।
ফলত দুয়োজন লোকৰে মৃত্যু হয়। ঘটনাক কেন্দ্ৰকৰি তেজপুৰ চহৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।