26
Aug
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/a07aaf00-fbfe-4af1-8d67-56ad2d69431d.jpg?itok=4Se9gyPU)
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত হাতীডুবি খেলপথাৰত ২২ আগষ্টৰ পৰা চলি আছে গোলাঘাট জিলা ভিত্তিত উশ্বু’ৰ পষেকীয়া প্ৰশিক্ষণ শিৱিৰ।
প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰটোত সমৰ কলাৰ লগতে আন কেতবোৰ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দি থকা হৈছে৷
প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে কোকৰাঝাৰৰ সমৰ কলাবিদ টিংকু ব্ৰক্ষ্মই।