NNO ভিআইপি

NNO ভিআইপিসকল আমাৰ সন্মানীয় উপদেষ্টা সদৃশ। NNO ভিআইপিসকলৰ পৰা পোৱা সহযোগৰ জৰিয়তে NNO-ই গ্ৰাউণ্ড জিৰোৰ বা-বাতৰি নিৰ্ভীকভাৱে পৰিৱেশনত মনোনিৱেশ কৰিব। NNO ভিআইপিসকলে আমাৰ প্ৰতিটো বিশেষ বাতৰি আৰু অনলাইন ই-পেপাৰ চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰিও NNO ভিআইপিসকলে প্ৰতিমাহে বা-বাতৰি সম্পৰ্কীয় NNO-ৰ অনলাইন ছেমিনাৰত ভাগ ল’ব পাৰিব আৰু আমাৰ বাৰ্ষিক অনুষ্ঠানলৈ বিশেষ নিমন্ত্ৰণ লাভ কৰিব। NNO ভিআইপিসকলে সময়ে সময়ে বা-বাতৰি সম্পৰ্কীয় কিছু দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

Pay ₹ 25,000


NNO বান্ধৱ

NNO বান্ধৱসকল আমাৰ দিহা-পৰামৰ্শদাতা। NNO বান্ধৱসকলৰ পৰা পোৱা সহযোগৰ জৰিয়তে NNO-ই গ্ৰাউণ্ড জিৰোৰ বা-বাতৰি নিৰ্ভীকভাৱে পৰিৱেশনত মনোনিৱেশ কৰিব। NNO বন্ধুসকলে আমাৰ প্ৰতিটো বিশেষ বাতৰি আৰু অনলাইন ই-পেপাৰ চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰিও NNO বন্ধুসকলে প্ৰতিমাহে বা-বাতৰি সম্পৰ্কীয় NNO-ৰ অনলাইন ছেমিনাৰত ভাগ ল’ব পাৰিব আৰু আমাৰ বাৰ্ষিক অনুষ্ঠানলৈ বিশেষ নিমন্ত্ৰণ লাভ কৰিব।

Pay ₹ 5,000


NNO বন্ধু

NNO বন্ধুসকল আমাৰ আজীৱন সহযোগী। NNO বন্ধুসকলৰ পৰা পোৱা সহযোগৰ জৰিয়তে NNO-ই গ্ৰাউণ্ড জিৰোৰ বা-বাতৰি নিৰ্ভীকভাৱে পৰিৱেশনত মনোনিৱেশ কৰিব। NNO বন্ধুসকলে আমাৰ প্ৰতিটো বিশেষ বাতৰি আৰু অনলাইন ই-পেপাৰ চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰিও NNO বন্ধুসকলে প্ৰতিমাহে বা-বাতৰি সম্পৰ্কীয় NNO-ৰ অনলাইন ছেমিনাৰত ভাগ ল’ব পাৰিব।

Pay ₹ 2,500


NNO সহযোগী

NNO সহযোগীসকলে প্ৰতিবছৰে নিজৰ সদস্যতা নবীকৰণ কৰিব লাগিব। সহযোগীসকলে আমাৰ প্ৰতিটো বিশেষ বাতৰি আৰু অনলাইন ই-পেপাৰ চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব। NNO সহযোগীসকলে বছৰত NNO-ৰ তিনিখনকৈ অনলাইন ছেমিনাৰত ভাগ ল’ব পাৰিব।

Pay ₹ 500


NNO সদস্য

NNO সদস্যসকলে প্ৰতিমাহে নিজৰ সদস্যতা নবীকৰণ কৰিব লাগিব। সদস্যসকলে আমাৰ প্ৰতিটো বিশেষ বাতৰি আৰু অনলাইন ই-পেপাৰ চাব পাৰিব।

Pay ₹ 50