ডিজিটেল ডেস্কঃ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীৰ আৱাসত ডিনাৰ পাৰ্টি আয়োজন কৰে৷ ১০ জন পথত আয়োজন কৰা ডিনাৰ পাৰ্টিত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সহ দেশৰ ১৯টা দল উপস্থিত থাকে৷
Fabulous dinner tonight, hosted by UPA Chairperson, Sonia Gandhi Ji. An opportunity for leaders from different political parties to meet and bond, informally.
— Office of RG (@OfficeOfRG) March 13, 2018
Much political talk but much more important - tremendous positive energy, warmth and genuine affection. pic.twitter.com/IxaAm7UPoI
পাৰ্টিৰ জৰিয়তে ২০১৯ চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সাজু হোৱা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দেশৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰাৰ উদ্দেশ্যে আৰু বিজেপি বিৰোধী মিত্ৰ জোঁট গঠনৰ বাবে এই পাৰ্টিৰ আয়োজন কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷
This dinner hosted by Sonia Gandhi ji for opposition parties should not be seen from the prism of politics, it was for friendship and better dialogue between parties: Randeep Surjewala,Congress pic.twitter.com/WgckcfzK5T
— ANI (@ANI) March 13, 2018
বৰ্তমান সময়ত দেশৰ দ্বিতীয়টো বৃহৎ দল কংগ্ৰেছৰ ডিনাৰ পাৰ্টিত ১৯টা দলৰ প্ৰধানসকল উপস্থিত থাকে৷ ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ হয় আগন্তুক নিৰ্বাচনৰ বাবে ডিনাৰ পাৰ্টিত আলোচনা হোৱাৰ সম্ভৱনা অধিক৷
Delhi: Sharad Yadav, NCP Chief Sharad Pawar, SP's Ramgopal Yadav, BSP's Satish Mishra at dinner hosted for opposition parties by Sonia Gandhi pic.twitter.com/M3gAwwloim
— ANI (@ANI) March 13, 2018
যুৱৰাজ ৰাহুল গান্ধী যদিও দলৰ সভাপতিৰ দায়িত্ব লৈছে তথাপিও মাতৃ ছোনীয়া গান্ধীয়ে দল আৰু ইউপিএৰ নেতৃত্ব আওপকীয়াকৈ লৈ আহিছে বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা আৰম্ভ হৈছে৷
RJD's Tejashwi Yadav, HAM's Jitan Ram Manjhi & NC's Omar Abdullah arrive for dinner hosted for opposition parties by Sonia Gandhi. pic.twitter.com/Cg2hnbrjW0
— ANI (@ANI) March 13, 2018
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, কংগ্ৰেছ নেতা গোলাম নবী আজাদ, মল্লিকা অৰ্জুন খড়গে, আহমেদ পেটেল, একে এন্টনী, ৰণদ্বীপ সুৰজেৱালা উপস্থিত থাকে৷
JVM's Babulal Marandi, DMK's Kanimozhi & AIUDF's Badruddin Ajmal arrive for dinner hosted for opposition parties by Sonia Gandhi. pic.twitter.com/xSPMLB3TOD
— ANI (@ANI) March 13, 2018
সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, ইউডিএফৰ নেতা বদৰুদ্দিন আজমল, এনচিপিৰ নেতা শাৰদ যাদৱ, আৰজেডিৰ নেতা তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ, কন্যা মিছা ভাৰতী, নেছনেল কনফাৰেছনৰ নেতা ওমৰ আব্দুল্লা, জেএমএমৰ নেতা হেমন্ত চোৰেণ, আৰএলডিৰ নেতা অজিত সিং উপস্থিত থাকে।
চিপিআইৰ নেতা ডি ৰাজা, চিপিএমৰ নেতা মহম্মদ চেলিম, ডিএমকেৰ নেত্ৰী কাণি মুঝি, মুছলিম লীগৰ কে আবুকাদেৰ কুট্টী, বিএছপিৰ নেতা সতীশ চন্দ্ৰ মিশ্ৰ, কেৰল কংগ্ৰেছৰ নেতা বাবু লাল মাৰাণ্ডী, আৰএছপিৰ ৰাম চন্দন, ভাৰতীয় ট্ৰাইবেল পাৰ্টিৰ নেতা শাৰদ যাদৱ, টিএমচিৰ সুদীপ বন্দোপধ্যায়, হিন্দুস্তান আৱাম মঞ্চৰ নেতা জিতেন ৰাম মাঝি, জেডি এছৰ নেতা ড০ কুপেন্দ্ৰ ৰেড্ডী ডিনাৰ পাৰ্টিত উপস্থিত থাকে৷#Delhi: Opposition leaders at Sonia Gandhi's residence. The leaders are here after being invited for dinner by the UPA chairperson. pic.twitter.com/D0ZfdQ79UP
— ANI (@ANI) March 13, 2018