Scroll.in
Scroll.in

ডিজিটেল ডেস্কঃ ৬৮ বিধান সভা সমষ্টিৰ হিমাচল বিধান সভাৰ নিবাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমাবাৰে পুৱাৰে পৰা ভোট গণনা আৰম্ভ হৈছে৷

দেশবাসীৰ চকু যদিও গুজৰাটৰ দিশে তথাপিও হিমাচল প্ৰদেশৰ খবৰ নোলোৱাকৈও থকা নাই৷ বিভিন্ন সমীক্ষাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কোৱা হৈছিল৷

পূৰ্বে অনুমান কৰা অনুসৰি হিমাচল প্ৰদেশত ৪০টা সমষ্টিত বিজেপি আগবাঢ়ি আছে৷ আনহাতে ২৪টা সমষ্টিত কংগ্ৰেছে আগবাঢ়ি আছে৷