ডিজিটেল ডেস্কঃ বিপদত পৰিব পাৰে মোডী চৰকাৰ৷ মোডী চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিব ৱাই এছআৰ কংগ্ৰেছে৷ ৫৩৬ সদস্যৰ লোকসভাত বিজেপিৰ হাতত আছে বৰ্তমান ২৭৪ সদস্য৷ আনহাতে ৫৬গৰাকী সাংসদ আছে সহযোগী দলৰ৷
কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিবলৈ সাজু অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ দল৷ এনডিএৰ সহযোগী অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দলৰ দুই মন্ত্ৰী মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল৷ টিডিপি দলৰ দুই মন্ত্ৰী অশোক গজপতি ৰাজু আৰু ৱাইএছ চৌধুৰীয়ে পদত্যাগ কৰিছিল৷ ৱাইএছআৰ কংগ্ৰেছে অবিশ্বাস প্ৰস্তাৱ অনাৰ ফলত বিজেপি বিপদত পৰিব পাৰে৷
03:28 PM কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে কয় ‘‘মোডী চৰকাৰৰ দৰে আন কোনো চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰতি সংবেদনশীল নাছিল৷’’ 03:39 PM ৰাজ্যসভা আৰু লোকসভাত তীব্ৰ হৈ-হাল্লাৰ বাবে সোমবাৰলৈ সদন স্থগিত ৰাখিব লগা হয়৷03:24 PM চন্দ্ৰ বাবু নাইডুৱে বিধানসভাত আৰু কয় ‘‘টিডিপিয়ে বিভিন্ন প্ৰকাৰৰ সংকট কাল সফলতাৰে অতিক্ৰম কৰে৷ আমি এই সংকট কালো সুকলমে অতিক্ৰম কৰিম৷ মই কেন্দ্ৰ আৰু মোডীক বহু বাৰ চিঠি লিখিছো যদিও ফলাফল নোলাল৷#RajyaSabha adjourned till Monday.
— ANI (@ANI) March 16, 2018
03:15 PM জন সেনাৰ পাৰ্টিৰ অধ্যক্ষ পৱন কল্যাণে কয় ‘‘তেওলোকৰ চৰকাৰৰ ভঙাৰ সদিচ্ছা নাই৷ তেওলোকে সংসদত বিতৰ্ক হে কৰিব খুজিছে৷ জন সেনা প্ৰথম পাৰ্টি যিয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে সাজু হৈছো৷ ৰাইজৰ প্ৰভাৱত হে ৱাইএছআৰ আৰু টিডিপিয়ে এনে কৰিব লগা হ’ল৷We've quit NDA. I took the decision, not for selfish reasons,but for interests of AP. For 4-years I made all efforts, went to Delhi 29 times,asked many times. This was centre's last budget & there was no mention of AP,we had to pull our ministers out of cabinet: AP CM in assembly pic.twitter.com/zRtLdV5CgF
— ANI (@ANI) March 16, 2018
02:42 PM অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে কয় ‘‘আমি এনডিএক এৰি দিছো৷ আমি সিদ্ধান্ত নিজৰ স্বাৰ্থৰ বাবে নহয় অন্ধ্ৰৰ ৰাইজৰ স্বাৰ্থত লৈছো৷ যোৱা ৪ বৰ্ষত চেষ্টা কৰিছো৷ ২৯ বাৰকৈ দিল্লীলৈ গৈছো৷ তেওঁলোকক কৈ আহিছো৷ অন্তিম বাজেটত অন্ধ্ৰৰ কথা উল্লেথ নাই৷ যাৰ বাবে আমি সকলো মন্ত্ৰীক মন্ত্ৰী সভাৰ পৰা আতৰাই আনিছো৷It is not about pulling down govt, intention is to discuss in Parliament the injustice meted to #AndhraPradesh. Jana Sena was the party that initiated it (idea of no-confidence motion) & later due to public pressure YSRCP & TDP were forced to do it: Pawan Kalyan, Jana Sena Party pic.twitter.com/PiIr46z4fr
— ANI (@ANI) March 16, 2018
We've quit NDA. I took the decision, not for selfish reasons,but for interests of AP. For 4-years I made all efforts, went to Delhi 29 times,asked many times. This was centre's last budget & there was no mention of AP,we had to pull our ministers out of cabinet: AP CM in assembly pic.twitter.com/zRtLdV5CgF
— ANI (@ANI) March 16, 2018
Bifurcation promises are not yet fulfilled. Had special status been included in the Act in then Lok Sabha then, this situation would have not arisen: Andhra Pradesh CM N Chandrababu Naidu in state assembly pic.twitter.com/ITMyrRushW
— ANI (@ANI) March 16, 2018
02:36 PM সাংসদ শশী থাৰুৰে কয় ‘‘অনাস্থা প্ৰস্তাৱৰ বাবে ৫০ সাংসদৰ সমৰ্থন দৰকাৰ৷ বহু সাংসদে সমৰ্থন দিয়াৰ পিছতো অধ্যক্ষই মানি নললে৷ সংসদ ভাল দৰে নচলাৰ অজুহাত দেখুওৱা হয়৷ মই চৰকাৰক সুধিব খুজিছো আপোনালোকৰ ভয় কিহৰ৷ আপোনালোকৰ বহু সাংসদ আছে লোক সভাত৷’’Arun Jaitley said, sentiment cannot increase quantum of funds. What a reckless statement. Telangana was carved for sentiment. Sentiment is very powerful. Even now you are doing injustice: AP CM N Chandrababu Naidu in Assembly pic.twitter.com/yNqNzit2YS
— ANI (@ANI) March 16, 2018
02:31 ৱাইএছআৰ কংগ্ৰেছৰ অধ্যক্ষ জগমোহন ৰেড্ডীয়ে কয় ‘‘যোৱা ৪ বছৰত ৱাইএছআৰ কংগ্ৰেছে বিশেষ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে৷ হঠাৎ চন্দ্ৰ বাবু নাইডুৰ চকু খোল খালে৷।"When a no-confidence motion is moved 50 MPs should stand in its support & 50 MPs stood, but Speaker said it cannot be considered as House is not in order. So, I want to ask what does govt fear? They have huge majority in Lok Sabha: Congress' Shashi Tharoor on today's proceedings pic.twitter.com/dZ2x7xyjtQ
— ANI (@ANI) March 16, 2018
02:19 PM সাংসদ আছাদুদ্দিন ওৱেছিয়ে কয় ‘‘আমি অনাস্থা প্ৰস্তাৱক সমৰ্থন কৰিম৷ আজি ওলাই পৰিব মোডী চৰকাৰৰ বিফলতা৷’’After 4 years of relentless struggle and fight by YSRCP with people’s support for Special Category Status; finally the nation, including @ncbn’s TDP wakes up! (1/2)
— YS Jagan Mohan Reddy (@ysjagan) March 16, 2018
02:07 PM টিডিপিৰ সাংসদ জয়দেৱ গালাই কয় ‘‘বিজেপিয়ে লেতেৰা ৰাজনীতি কৰিছে৷ তামিলনাডুত সৰু পাৰ্টিক উৎসাহী কৰিছে৷ এই ৰাজনীতি অন্ধ্ৰটো কৰিব বিছাৰিছে৷ এই খন চৰকাৰৰ বিৰুদ্ধে আৰু আমাৰ বিশ্বাস নাই৷MIM party will support the No Confidence motion in Lok Sabha today not only for failure on part of Modi Govt to implement State Reorganisation Act but failure to fulfill their promise to provide employment to youth & for injustice to Muslim Women and Minorities: Asaduddin Owaisi pic.twitter.com/JiALOAhlXh
— ANI (@ANI) March 16, 2018
02:00 PM চিপিআইএম নেতা সীতাৰাম য়েচুৰীয়ে টুইট কৰি কয় ‘‘চিপিআইএমে এই প্ৰস্তাৱক সমৰ্থন কৰিব৷ অন্ধ্ৰৰ লোকক বিশ্বাস ভংগ কৰা হৈছে৷ চৰকাৰ আৰু সংসদীয় বিফলতা ৰাইজৰ সন্মুখলৈ আনিব লাগে৷BJP has started to play its dirty games. What they did in Tamil Nadu, how they tried to encourage smaller parties and create rift within larger parties, now, they are trying to bring similar strategies to AP. We have no confidence in the government: Jaydev Galla, TDP MP in Delhi pic.twitter.com/dOfvuWU8kj
— ANI (@ANI) March 16, 2018
01:56 কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খাৰ্গেয়ে কয় ‘‘প্ৰথমৰ পৰাই আমি অন্ধ্ৰৰ বিশেষ ৰাজ্যৰ দাবীক সমৰ্থন কৰি আহিছো৷ তাৰ ৰাইজে ন্যায় পাওক৷ যেতিয়া অনাস্থা প্ৰস্তাৱ উত্থাপনৰ কথা আহিব তেতিয়া চৰকাৰৰ বিফলতাৰ কথা আহিবই৷ আমি বিভিন্ন দলৰ সৈতে কথা পাতি আছো৷CPI(M) supports no-confidence motion being brought against BJP govt. Its betrayal of the promise of special status for Andhra Pradesh is inexcusable. Its all-round failure & evasion of parliamentary accountability needs to be highlighted, tweets CPI(M)'s Sitaram Yechury(File Pic) pic.twitter.com/HRCxsvffcs
— ANI (@ANI) March 16, 2018
01:53 PM মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘‘টিডিপিয়ে চৰকাৰৰ পৰা ওলাই যাব বিচৰা কাৰ্যত মই ধন্যবাদ জনাইছো৷ বৰ্তমান বিধ্বস্ত অৱস্থাৰ পৰা দেশক ৰক্ষা কৰিব লাগিব৷ উৎপীড়ন, আৰ্থিক দুৰৱস্থা, ৰাজনীতিৰ উত্থান-পতনৰ বাবে সকলো একত্ৰিত হ’ব লাগে৷We have been supporting Special Category Status for AP since the beginning. We want that people of AP to get justice. When no-confidence motion is moved you have to talk about government's failures, we contacting a lot of people: Mallikarjun Kharge, Congress in Delhi pic.twitter.com/NlIH4epYiT
— ANI (@ANI) March 16, 2018
01:48 PM কেন্দ্ৰীয় মন্ত্ৰী মোক্তাৰ আব্বাছ নাকভীয়ে কয় ‘‘আজি সংসদত লক্ষ্য কৰা যাব কোন দলে কাক সমৰ্থন জনায়৷ নিৰ্বাচন সমাগত আৰু দাবীক লৈ প্ৰতিবাদ৷ নিৰ্বাচনৰ পূৰ্বে সংসদত ৰিহাৰ্চেল কৰাৰ প্ৰথা পূৰ্বৰ পৰাই আছে৷I welcome the TDP's decision to leave the NDA. The current situation warrants such action to save the country from disaster. I appeal to all political parties in the Opposition to work closely together against atrocities, economic calamity&political instability: Mamata Banerjee pic.twitter.com/zRKBWMdKbL
— ANI (@ANI) March 16, 2018
01:30 PM মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে টিডিপিৰ নেতা-কৰ্মীক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বিৰুদ্ধে৷ চন্দ্ৰ বাবু নাইডুৱে কয় ‘‘আমাৰ বিৰুদ্ধে একো কৰিব নোৱাৰে৷ তাৰ বাবে আনক আমাৰ বিৰুদ্ধে উৎসাহিত কৰিছে৷ তামিলনাডুৰ ৰাজনীতিত দখল দিছে৷ বিজেপি আৰু এনডিএ আমাৰ বিৰুদ্ধে আনক উৎসাহিত কৰিলেও একো কৰিব ৱনোৱাৰে৷ অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী কে জৱাহৰে তেলেগু লোকক ঠগোৱাৰ অভিযোগ উত্থাপন কৰে৷Will see what happens in Parl, which party chooses to go which way. In a way it is election year & every state has demands & issues, it is not right for us to comment on it. It is a custom, before actual elections there is always a rehearsal in Parl: MA Naqvi on BJP-TDP break-up pic.twitter.com/OZSVLLfh9X
— ANI (@ANI) March 16, 2018
01:29 PM ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ বাইপী চুব্বাৰেড্ডীয়ে লোক সভাৰ মহাসচিবক পত্ৰ প্ৰেৰণ কৰে৷ শুকুৰবাৰে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব পাৰে৷BJP has cheated Telugu people, this time also they have succeeded in doing so, we will be moving a no-confidence motion (in the Parliament): KS Jawahar, Andhra Pradesh Minister pic.twitter.com/10jwZaPDiZ
— ANI (@ANI) March 16, 2018
01:15 PM প্ৰথমে ৱাইএছআৰ কংগ্ৰেছ তাৰ পিছত টিডিপিয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়৷ দেশৰ ৰাজনীতি ক্ৰমান্বয়ে গৰম হ’ব ধৰিছে৷ এনডিএৰ পৰা টিডিপিক সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিন্ধান্তক বিজেপি বিৰোধীয়ে সমৰ্থন কৰে৷ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে বিৰোধীয়ে৷Letter of YSR Congress Party MP YV Subba Reddy to Lok Sabha Secretary-General for moving motion on 'No-Confidence in the Council of Ministers' in the house. pic.twitter.com/FADQCKVOig
— ANI (@ANI) March 16, 2018
01:02 PM অনাস্থা প্ৰস্তাৱক ৫০ গৰাকী সাংসদ সদস্যই সমৰ্থন কৰিলে হে প্ৰস্তাৱ মঞ্জুৰ হ’ব৷ ৱাইএছআৰ দলৰ সদনত ৯গৰাকী সাংসদ আছে৷Our party will be moving no-confidence motion today (in Parliament). We have decided... we are out of the NDA: Thota Narsimhan, TDP MP pic.twitter.com/73StNsOjtF
— ANI (@ANI) March 16, 2018
01:00 শুকুৰবাৰে সংসদত অনাস্থা প্ৰস্তাৱৰ পত্ৰ প্ৰদান কৰে৷ এই বিষয়ত আলোচনাৰ বাবে সংসদৰ কাম কাজৰ চামিল কৰাৰ আহ্বান জনায়৷ ২১ মাৰ্চত প্ৰস্তাৱ উত্থাপন কৰিব বুলি ৱাইএছআৰ কংগ্ৰেছৰ নেতা জগ মোহন ৰেড্ডীয়ে৷BJP has cheated Telugu people, this time also they have succeeded in doing so, we will be moving a no-confidence motion (in the Parliament): KS Jawahar, Andhra Pradesh Minister pic.twitter.com/10jwZaPDiZ
— ANI (@ANI) March 16, 2018
12:45 PM ইতিমধ্যে অবিশ্বাস প্ৰস্তাৱ আৱেদনক মঞ্জুৰি প্ৰদান কৰিলে মোডী চৰকাৰৰ প্ৰথম সংকট হ’ব৷ ৱাইএছআৰ কংগ্ৰেছৰ প্ৰধান জগ মোহন ৰেড্ডীয়ে আন আন দলক পত্ৰ প্ৰেৰণ কৰি অবিশ্বাস প্ৰস্তাৱক সমৰ্থন কৰাৰ আহ্বান জনায়৷ পত্ৰত উল্লেখ কৰা মতে, অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদ্য নিদিলে ৬ এপ্ৰিলৰ পূৰ্বে সকলো সাংসদে পদত্যাগ কৰিব৷Letter of YSR Congress Party MP YV Subba Reddy to Lok Sabha Secretary-General for moving motion on 'No-Confidence in the Council of Ministers' in the house. pic.twitter.com/FADQCKVOig
— ANI (@ANI) March 16, 2018
12:30 PM টিডিপিৰ সাংসদ টি নৰচিমানে অবিশ্বাস প্ৰস্তাৱক সমৰ্থন কৰাৰ কথা স্পষ্ট কৰে৷ তেওঁ কয় ‘‘ আমাৰ ১৬-১৭ গৰাকী সাংসদে সম্পূৰ ৰূপে সমৰ্থন কৰিব৷ ৰাজ্যৰ অধিকাৰৰ বাবে যিয়ে সংগ্ৰাম কৰিব তাৰ সমৰ্থন কৰিম৷’’Letter of YSR Congress Party MP YV Subba Reddy to Lok Sabha Secretary-General for moving motion on 'No-Confidence in the Council of Ministers' in the house. pic.twitter.com/FADQCKVOig
— ANI (@ANI) March 16, 2018
12:00 PM ইপিনে ৱাইএছআৰ কংগ্ৰেছৰ অবিশ্বাস প্ৰস্তাৱক টিডিপিয়ে সমৰ্থন দিয়াৰ কথাও প্ৰচাৰ হৈছে৷ ২০১৯ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ৰাজ্য খনত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷Our party will be moving no-confidence motion today (in Parliament). We have decided... we are out of the NDA: Thota Narsimhan, TDP MP pic.twitter.com/73StNsOjtF
— ANI (@ANI) March 16, 2018
11:30 AM মোডী চৰকাৰৰ বিৰুদ্ধে ৱাইএছআৰ কংগ্ৰেছ দলে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিলেও টিডিপিৰ ১৬ সাংসদৰ সমৰ্থন লাভ কৰে তেন্তে মোডী চৰকাৰ বিপদত নপৰে৷We believe TDP is finding the going tough in AP, they are seeing a defeat for themselves in 2019&they want to use this as an alibi to really retrieve lost political ground.Ques being asked in AP as to why AP CM took 4 yrs to realise that this is not working: GVL Narasimha Rao,BJP pic.twitter.com/KijVUvxPpV
— ANI (@ANI) March 16, 2018
110:00 AM বিশেষ ৰাজ্যৰ দাবীত সংসদৰ ভিতৰে বাহিৰে প্ৰতিবাদ অব্যাহত ৰখা টিডিপিক কেন্দ্ৰীয় চৰকাৰে বিশেষ ৰাজ্য দিব নোৱাৰাৰ কথা স্পষ্ট কৰাৰ পিছতেই মোডী চৰকাৰৰ পৰা টিডিপিৰ দুই মন্ত্ৰীয়ে পদত্যাগ কৰিছিল৷ টিডিপিয়ে এনডিএৰ পৰা ওলাই যোৱাৰ বাবে চিন্তা-চৰ্চা কৰিছে৷TDP leaders CM Ramesh, Thota Narsimhan, Ravindra Babu and others address the media in #Delhi after exiting NDA, say, 'BJP means 'Break Janta Promise,' also add that they will be moving a no-confidence motion on Monday. pic.twitter.com/en2bPyJzNr
— ANI (@ANI) March 16, 2018
#RE: What TDP’s exit from NDA means for @ncbn and 2019 Lok Sabha elections | @Iamtssudhir | https://t.co/8kFqVUhCSF | #TDPPullsOut pic.twitter.com/Fz2VZi4jf5
— DailyO (@DailyO_) March 16, 2018