২৬ জুলাইত অলিম্পিকত ভাৰতৰ খেলসমূহৰ বিষয়ে জানক৷

১) ৰাতিপুৱা ৬ঃ৩০ বজাত : পুৰুষ টেবুল টেনিছ ছিংগলছত, শৰৎ কমল অশান্তৰ দ্বিতীয় ৰাউণ্ডৰ মেচ ।
২) ৰাতিপুৱা ৮ঃ৩০ বজাত : মহিলা টেবুল টেনিছ ছিংগলছত,এচ মুখাৰ্জীৰ দ্বিতীয় ৰাউণ্ডৰ মেচ ।
৩) বিয়লি ৩ঃ০০ বজাত : মহিলা টেবুল টেনিছ ছিংগলছত, মনিকা বাট্ৰাৰ তৃতীয় ৰাউণ্ডৰ মেচ ।
৪) বিয়লি ৩ঃ০৬ বজাত : পুৰুষ বক্সিংত, আশীষ কুমাৰৰ ৰাউণ্ড-৩২ মেচ ।