বৰনদ্দীঃ অসমৰ আগশাৰীৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্দোগত সদৌ অসম ভিত্তিত আয়োজিত ৰত্নশ্বৰ মেধি আৰু ৰশ্মিপ্ৰিয়া মেধি  সোঁৱৰণী কাব্য বঁটা দেওবাৰে ঘোষণা কৰা হৈছে।

ফলাফল অনুসৰি ক্ৰমে তেজপুৰৰ বংকিম বৰুৱা, তিনিচুকিয়াৰ অজিত দত্ত, কামৰূপ মহানগৰৰ ৰুণু শৰ্মা, পূৰ্ণিমা তালুকদাৰ আৰু বুলি ভূঞা।উল্লেখ্য যে অহা মাৰ্চ মাহত উক্ত পুৰস্কাৰসমূহ গুৱাহাটীৰ প্ৰেছ ক্লাবত বিশষ অনুস্থানত প্ৰদান কৰা হ’ব বুলি সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধি আৰু সম্পাদিকা মনিষা শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।