ডিজিটেল ডেস্কঃ সোমবাৰৰ পুৱাও সংসদৰ কাম কাজ আগবঢ়া নাই৷ ১৬ মাৰ্চত ৰাজ্যসভা আৰু লোকসভাত তীব্ৰ হৈ-হাল্লাৰ বাবে সোমবাৰলৈ সদন স্থগিত ৰাখিব লগা হৈছিল৷ মোডী চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱৰ আৱেদন কৰিছিল ৱাইএছআৰ কংগ্ৰেছে৷ টিডিপিয়ে অন্ধ্ৰ প্ৰদেশক বিশেষ মৰ্যদা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷
যাৰ বাবে মোডী চৰকাৰ আৰু এনডিএৰ পৰা ওলাই আহে টিডিপি৷ ইমানে নহয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে লোক সভাত৷ ৫৩৬ সদস্যৰ লোকসভাত বিজেপিৰ হাতত আছে বৰ্তমান ২৭৪ সদস্য৷ আনহাতে ৫৬গৰাকী সাংসদ আছে সহযোগী দলৰ৷
12:41 PM সাংসদ ফাৰুক আব্দু্ল্লাই কয়, মই বিৰোধীৰ সৈতে আছো৷ বিৰোধীয়ে যি কৰে মই তাতেই আছো৷12:38 PM শিৰোমণি আকালি দলে কয়, আমি অন্ধ্ৰক বিশেষ ৰাজ্য দিয়টো বিচাৰো কিন্তু মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক সমৰ্থন নকৰো৷I am in the opposition. Whatever the opposition does, I will do the same: Farooq Abdullah, National Conference on No-Confidence motion pic.twitter.com/5LWrowPaPb
— ANI (@ANI) March 19, 2018
12:35 PM টিডিপিৰ সংখ্যালঘু কোষৰ সভাত অংশ লৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী নাইডুৱে কয়, আপোনালোকে সদায় টিডিপিক সমৰ্থন কৰি আহিছে৷ আপোনালোকে বিজেপিৰ সৈতে মিত্ৰজোঁট কৰাত সুখী নহয়৷ আমি সদায় মুছলমানৰ বাবে কাম কৰি গৈছো৷We are in favour of special category status to Andhra Pradesh. We are not in favor of no-confidence against the Modi government, we will support the government: Prem Singh Chandumajra, Shiromani Akali Dal #budgetsession pic.twitter.com/WGyCwTOk2R
— ANI (@ANI) March 19, 2018
You have always been supportive of TDP, but you were not happy that we allied with BJP. We have been working for welfare of Muslims: Andhra Pradesh CM N Chandrababu Naidu addressing TDP minority wing members pic.twitter.com/56Lk9DwYGP
— ANI (@ANI) March 19, 2018
We thought as an NDA member,BJP will do justice to the state, but nothing happened. We waited for four years, but of no use. Even in the last budget justice was not done: Andhra Pradesh CM N Chandrababu Naidu pic.twitter.com/Gt2Mdvh1NU
— ANI (@ANI) March 19, 2018
12:31 PM শিৱসেনাৰ সাংসদ অৰবিন্দ চাৱন্তে কয়, আমি চৰকাৰ আৰু বিৰোধী কাকো সমৰ্থন নকৰো৷ আমি ইয়াৰ পৰা দূৰত থাকিম৷It was TDP and not YSRCP who responded on #TripleTalaqBill. I told BJP leadership that criminalization of triple talaq was not correct. I was the first to oppose it: AP CM N Chandrababu Naidu addressing TDP minority wing members pic.twitter.com/OI6nkkTtpF
— ANI (@ANI) March 19, 2018
12:29 PM বিশেষ ৰাজ্যৰ দাবীত সংসদ ভৱনৰ চৌহদৰ মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিৰ সন্মুখত টিডিপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছৰ সাংসদো প্ৰতিবাদত অংশ লয়৷We will neither support the Government nor the Opposition, we will abstain: Arvind Sawant,Shiv Sena MP on no confidence motion #budgetsession pic.twitter.com/6MV6mqj7jX
— ANI (@ANI) March 19, 2018
12:28 PM চিপিআইএমে অনাস্থা প্ৰস্তাৱক সম্পূৰ্ণ সমৰ্থন কৰে৷Delhi: TDP MPs protest in front of Mahatma Gandhi statue in Parliament over special category status to Andhra Pradesh. Congress MP Renuka Chowdhury also joined the protest. #budgetsession pic.twitter.com/y7T8qVrffo
— ANI (@ANI) March 19, 2018
12:22 PM টিডিপি সাংসদ আৰএম নাইডুৱে কয়, সোমাবাৰে আমি চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনিম৷সকলো বিৰোধী দলৰ সৈতে যোগাযোগ কৰিছো৷ সকলো দলে আমাক নৈতিক সমৰ্থন দিব লাগে৷As far as the Left parties are concerned, we will be supporting the no confidence motion. People have started expressing their no confidence in Modi Govt, its time Parliament does it too- Duraisamy Raja,CPI #budgetsession pic.twitter.com/i5cpXk1PZS
— ANI (@ANI) March 19, 2018
12:19 PM ৱাইএছআৰ কংগ্ৰেছৰ নেতা পাৰ্থসাৰথীয়ে কয়, চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনিবলৈ সাজু বুলি কয়৷ বিশেষ ৰাজ্যৰ দাবীত চৰকাৰক হেচা প্ৰয়োগ কৰি যাম৷We are going to go move no-confidence motion,gather support of all respective parties in Parliament. It's responsibility of all parties in Parliament to support us. Trying to gather as much support as possible so debate happens, not trying to make the govt fall: RM Naidu, TDP MP pic.twitter.com/LbdfpLAQAd
— ANI (@ANI) March 19, 2018
12:12 PM সোমবাৰে লোকসভাত অবিশ্বাস প্ৰস্তাৱ আনিব পাৰে ৱাইএছআৰ কংগ্ৰেছে৷ ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ ৱাই বিচুব্বা ৰেড্ডীয়ে লোকসভাৰ সচিবালয়ত এক আৱেদন যোগে সোমাবাৰৰ সংসদৰ দিনটোৰ কৰ্মসূচীত অনাস্থা প্ৰস্তাৱৰ চৰ্চাক চামিল কৰাৰ আৱেদন জনায়৷We will continue to move no-confidence motion as long as the debate is taking place and facts are brought to the notice of the nation, and also to pressurize the Centre to grant special category status to #AndhraPradesh: K Parthsarathi, YSRCP #BudgetSession pic.twitter.com/12RIbWdaPB
— ANI (@ANI) March 19, 2018
12:07 বিশেষ ৰাজ্যৰ দাবী পূৰণ নকৰাত যোৱা সপ্তাহত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ কৰিছিল অন্ধ্ৰৰ ৱাইএছআৰ আৰু টিডিপি দলে৷ দুয়োটা দলে বিৰোধী দলৰ সমৰ্থন লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷We will move no confidence motion, have talked to opposition parties including TMC,Congress and Samajwadi Party. YSRCP is just doing politics,they are not concerned about welfare of state: Thota Narsimham,TDP MP #budgetsession pic.twitter.com/nZt2vB9PNu
— ANI (@ANI) March 19, 2018
For YSRCP, interest of AP & its people is paramount, & above any political upmanship. Even if YSRCP moved the No Confidence Motion first, it's immaterial whose No Confidence Motion is taken.What matters is that the rights of the people of AP is ensured and the state gets the SCS!
— YS Jagan Mohan Reddy (@ysjagan) March 16, 2018
12:00 PM যোৱা সপ্তাহত চৰকাৰৰ বিৰুদ্ধে অনাস্থা আৱেদন কৰিছিল ৱাইএছআৰ আৰু টিডিপিয়ে৷ লোকসভাত তীব্ৰ হৈ-হাল্লাৰ বাবে এই সন্দৰ্ভত সদনৰ কাম-কাজ আগবঢ়াব নোৱাৰাৰ বাবে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি কয় সংসদীয় কাৰ্যবাহী মন্ত্ৰী অনন্ত কুমাৰে৷Even if guided by political compulsion, TDP had to yet again follow YSRCP’s lead of moving no confidence motion against the Central Govt for not granting SCS to AP. Win for democracy & people of AP. YSRCP will continue to fight for SCS, the rights of the people of AP(2/2)
— YS Jagan Mohan Reddy (@ysjagan) March 16, 2018
10:30 AM ৱাইএছআৰ কংগ্ৰেছে অবিশ্বাস প্ৰস্তাৱ অনাৰ ফলত বিজেপি বিপদত পৰিব পাৰে৷ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৱেদনক সদনৰ ৫০গৰাকী সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হ’ব৷ আৱেদন স্বীকাৰ কৰাৰ পিছতো অবিশ্বাস প্ৰস্তাৱ অনৰ্থক হৈ পৰিব৷বৰ্তমান লোকসভাত ৫৩৯ গৰাকী সাংসদ আছে৷ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজন হ’ব৷ শাসকীয় বিজেপিত হাতত আছে ২৭৪ সদস্য লোকসভাত এই সংখ্যা বৃদ্ধি হৈ ৩১৪ হয়৷We are ready to face no-confidence motion as we have support in the House. We are confident : Union Parliamentary Affairs Minister Ananth Kumar #budgetsession pic.twitter.com/9xnp6gDWxQ
— ANI (@ANI) March 19, 2018
10:00 AM কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিবলৈ সাজু অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ দল৷ এনডিএৰ সহযোগী অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দলৰ দুই মন্ত্ৰী মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল৷ টিডিপি দলৰ দুই মন্ত্ৰী অশোক গজপতি ৰাজু আৰু ৱাইএছ চৌধুৰীয়ে পদত্যাগ কৰিছিল৷We are ready to face no-confidence motion as we have support in the House. We are confident : Union Parliamentary Affairs Minister Ananth Kumar #budgetsession pic.twitter.com/9xnp6gDWxQ
— ANI (@ANI) March 19, 2018
Delhi: TDP MPs protest in front of Mahatma Gandhi statue in Parliament over special category status to Andhra Pradesh. Congress MP Renuka Chowdhury also joined the protest. #budgetsession pic.twitter.com/y7T8qVrffo
— ANI (@ANI) March 19, 2018