তেজপুৰত সদৌ অসম উকিল সন্থাৰ ১৬ তম দ্বি বাৰ্ষিক অধিবেশন আৰাম্ভ

তেজপুৰঃ আজিৰে পৰা তিনিদিনীয়া কায্যসূচীৰে অনুষ্ঠিত হৈছে  সদৌ অসম উকিল সন্থাৰ ১৬ দ্বি বাৰ্ষিক অধিবেশন ।

আজি পুৱা তেজপুৰ উকিল সন্থাৰ সভাপতি অশোক কুমাৰ মহন্তই পতাকা উত্তোলন কৰাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰাৰ পিছত সদৌ অসম উকিল সন্থাৰ বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।