News Next One , বিশ্বনাথ চাৰিআলি,১৭ ছেপ্তেম্বৰ ঃ দেশৰ বিভিন্নৰ প্ৰান্তৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ মহজুলি পথাৰ ব্যৱসায় কেন্দ্ৰতো সাৰ্বজনীন ভিক্তিত বিশ্ব খনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পুজাভাগ উদযাপন কৰা হয় ৷

বেদবিহিত মাংগলিক নীতি বিধিৰ মাজেৰে পুজা ,অৰ্চনা , যজ্ঞাদি কৰাৰ লগতে প্ৰাৰ্থনা আৰাধনা আদিও হোৱা পুজাৰ অন্ততঃ প্ৰসাদ বিতৰণ কৰা হয় ৷

পৱিত্ৰ পুজা থলীত বিভিন্ন স্থানৰ পৰা অহা ভক্ত বৃন্দই বাবা বিশ্বকৰ্মাক দৰ্শন প্ৰণাম কৰি আশীষ কামনা কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ