newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ব নেকি লণ্ডন৷ শুকুৰবাৰে লণ্ডনৰ চহৰৰ মাজমজিয়াত চেয়াৰিং ৰেল ক্ৰছিঙত এগৰাকী সন্ত্ৰাসবাদী থিতাপি লোৱা বুলি খবৰ ওলাইছে৷ এই খবৰে হুৱা-দুৱা লগায় সমগ্ৰ লণ্ডনত৷ 

ইতিমধ্যে সমগ্ৰ এলেকাত ঘেৰি লৈ অভিযান আৰম্ভ কৰিছে লণ্ডন আৰক্ষীয়ে৷ ৰেল ষ্টেছনৰ সকলো পথত আহ-যাহ বন্ধ কৰে৷