তেজপুৰঃ অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰধান শিক্ষকৰ পদ সৃষ্টি, গ্ৰেডপে আদায় দিয়াকে ধৰি অন্যান্য দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াকে ধৰি এশ এবুৰি সমস্যা সমাধানৰ দাবীত আজি  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বালিপৰাতো বিধায়ক ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰতিবাদকাৰী শিক্ষকসকলে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে৷ ইয়াৰ পিছতে এখনি স্মাৰক পত্র প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে৷