newsnextone.com | ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত অনুষ্ঠিত হৈ যোৱা ২১ তম কমনৱেলথ গেমছত অলপৰ বাবে হাত পৰা হেৰাইছিল ব্ৰঞ্চৰ পদক৷ ৪০০ মিটাৰৰ দৌৰত ৪৫.৩১ চেকেণ্ডত সমাপ্ত কৰিছিল গল্ড কষ্টত৷ সেই কথা পাহৰি যোৱা নাছিল মহম্মদ আনছে৷
Leap of 60 yrs in 45.31 secs
— Rajyavardhan Rathore (@Ra_THORe) April 10, 2018
Muhammed Anas managed to pull off the feat when he became the 2nd Indian after Milkha Singh to reach the 400 m finals.
With the 4th best timing among finalists, Anas captured imaginations with his national record breaking run! #CWG2018 #GC2018 pic.twitter.com/MU2YJJX1C2
কিন্তু চেষ্টা আৰু কষ্টৰে এতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল মহম্মদ আনছে৷ ৪০০ মিটাৰত ৪৫.৩১ মিটাৰত নিজৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ৪৫.২৪ ছেকেণ্ডত দৌৰ সমাপ্ত কৰিলে মহম্মদ আনছে৷ চেক গণ ৰাজ্যত ৰেকৰ্ড গঢ়ি দেশৰ ভিতৰতে নতুন ইতিহাস গঢ়িলে৷
Congrats Mohd. ANAS @muhammedanasyah for breaking his own 400m #Indian record in #Czech Rep. New Record-45.24s,Previous Best-45.31s
— Athletics Federation of India (@afiindia) July 21, 2018
Congrats coach Galina Bukharina for success of #HimaDas & #Anas! #AsianGames2018@Ra_THORe @IndiaSports @Media_SAI @NeelamKapur @Adille1 pic.twitter.com/wn5x0s3FpT
মিলখা সিঙৰ পাছত দ্বিতীয় গৰাকী ভাৰতীয় যিয়ে কমনৱেলথ গেমছত চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল৷ আনহাতে মিলখাই ইমান কম সময়ত ১৯৫৮ চনত সোণ জয়ী হৈছিল৷