newsnextone.com | ডিজিটেল ডেস্কঃ ৰোগীৰ মৃত্যু কেতিয়া হ’ব সেই কথাৰ পূৰ্বাভাস দিব গুগলে৷ এই কথাত ৰোগীৰ কেতিয়া মৃত্যু হ’ব সেই কথা কব গুগলে৷ ইয়াৰ বাবে বিশেষ আৰ্টিফিচিয়েল ইণ্টিলেজেন্স ব্যৱস্থা চমুকৈ এআই ব্যৱস্থা সাঁজু কৰিছে গুগলে৷ এই ব্যৱস্থাৰ জৰিয়তে মানুহৰ শৰীৰৰ গতিৰ পূৰ্বাভাস দিব৷

গুগলে দাবী কৰা মতে, এআই নামৰ ব্যৱস্থাৰ জৰিয়তে ৰোগক্ৰান্ত লোকৰ মৃত্যুৰ সম্ভাব্য সময় কৈ দিব৷ হস্পিতালত ভৰ্তি থকা ৰোগী কিমান দিন ভৰ্তি হৈ থাকিব লাগিব, হস্পিতালত ভৰ্তি হ’ব লাগিব নে নাই সেই কথা জনাব৷