Newsnextone | ডিজিটেল ডেস্কঃ ভাৰতৰ দিল্লী আৰু উত্তৰ প্ৰান্তেকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, তাজিখিস্তানত ৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনূভুতঃ হোৱা বুলি জানিব পৰা গৈছে৷ 

ভাৰতৰ সীমান্তৱৰ্তী এলেকাত আজি  হোৱা এই ভূমিকম্পৰ প্ৰাৱল্য অধিক আছিল বুলি জানিব পৰা গৈছে৷ দুৰ্যোগটোত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷ ক্ষয় ক্ষতিৰ আশংকা কৰে সংবাদ মাধ্যমে৷