anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ হাতত চুৰি লৈ দিলীলৰ কেৰেলা ভৱনত সোমাল এগৰাকী লোক। লোকজনে দীৰ্ঘ সময় যুক্তিৰ তৰ্ক কৰিলে নিৰাপত্তাৰক্ষীৰ সৈতে। শেষত সুবিধা বুজি লোকজনক গবা মাৰি ধৰিলে নিৰাপত্তাৰক্ষীয়ে। 

শনিবাৰে পুৱাই হাতত চুৰি লৈ এগৰাকী লোকজনে সেমাই আহে দিল্লীৰ কেৰেলা ভৱনত। লগে লগে হুৱা-দুৱা লাগে। কিয়নো সেই সময়ত কেৰেলা ভৱনত উপস্থিত আছিল কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ান। লোকজনক আটক কৰাৰ পিছতে লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা যায়। লোকজনক হস্পিতালত ভৰ্তি কৰা হয়।