ডিজিটেল ডেস্কঃ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিছে৷ ইতিমধ্যে দুয়ো দলৰ সম্পৰ্কৰ ইতি পৰিছে৷ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৰা মন্তব্যত অসন্তুষ্ট চন্দ্ৰ বাবু নাইডু সম্পৰ্ক বিজেপিৰে সম্পৰ্ক ছেদ কৰে৷
তেলেগু দশম পাৰ্টি চমুকৈ টিডিপি দলৰ আন্দোলনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ দেশৰ সংবাদ মাধ্যমত টিডিপিকলৈ চৰ্চা অব্যাহত আছে৷ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিব খুজিছে৷
অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ যাৰ ফলত ছিৰাল ফাট মেলে বিজেপি আৰু টিডিপিৰ সম্পৰ্কত৷
08:14 PM অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী কেএছ জৱাহাৰে মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে ২৯ বাৰ দিল্লীলৈ গৈ বিশেষ ৰাজ্যৰ বাবে আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি কয়৷ এতিয়া আৰু সময় নাই বুলি কয়৷08:06 PM প্ৰধানমন্ত্ৰীক পদত্যাগ পত্ৰ প্ৰদান কৰি টিডিপিৰ নেতা ৱাই এছ চোধুৰীয়ে এয়া দুই দলৰ বিষয় বুলি কৈ, এই বিষয়ত মন্তব্য নকৰো বুলি কয়৷ ‘‘আমি এনডিএৰ সৈতে আছো৷ কিন্তু মন্ত্ৰী পদ নলও৷ মই ভাবো এয়া কোনো ভুল নহয়৷’’We did not get the special category status, that is why our ministers resigned. Our CM went to Delhi 29 times, argued & begged for the state, but until now we haven't received any interest in the matter. The time is over, we are ready to battle: AP Excise Minister KS Jawahar. pic.twitter.com/LeVOoY4paw
— ANI (@ANI) March 8, 2018
Two #TDP ministers resign from Modi cabinet
— ANI Digital (@ani_digital) March 8, 2018
Read @ANI story | https://t.co/DX3PdOeale pic.twitter.com/Ra6riUe2sK
07:00 PM চন্দ্ৰ বাবু নাইডুৱে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবৰ বাবে চেষ্টা কৰিছিল যদিও সাক্ষাৎ সম্ভৱ নহ’ল৷ বৃহস্পতিবাৰে খোদ চন্দ্ৰ বাবু নাইডুৱে এই কথা প্ৰধানমন্ত্ৰীক কয়৷ ইমানে নহয় প্ৰায় ১০ মিনিট সময় আলোচনা কৰাৰ সময়ত তেওৰ ক্ষোভ কি কাৰণত সেই কথাও প্ৰধানমন্ত্ৰীক জনায়৷That is between those two parties, we have nothing to say on that, you can ask them: YS Choudhary,TDP MP on possibility of BJP-YSRCP alliance pic.twitter.com/1VaABL0HeD
— ANI (@ANI) March 8, 2018
কি বিচাৰিছিল টিডিপিয়ে? #অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা #কেন্দ্ৰীয় চৰকাৰে পোলাবৰাম আঁচনিৰ বাবে ৫৮,০০০ কোটি টকা তৎকালে মুকলি কৰি দিয়ক #অমৰাৱতীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত পৰ্যাপ্ত ধনৰাশি সুনিশ্চিত কৰা৷ #কেন্দ্ৰীয় চৰকাৰে ৰাজ্য খনত বিধান সভাৰ আসন ১৭৫ খনৰ পৰা ২২৫ খনলৈ বৃদ্ধি কৰা৷Delhi: The two TDP MPs in the Union Cabinet, AG Raju & YS Choudhary arrive at 7 Lok Kalyan Marg to meet PM Narendra Modi. pic.twitter.com/pHvBxEvPHK
— ANI (@ANI) March 8, 2018
06:45 PM টিডিপিৰ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অশোক গণপত ৰাজু আৰু ৱাই এছ চৌধুৰীয়ে প্ৰধানমন্ত্ৰী মোডীক ৭ লোক কল্যাণ মাৰ্গত সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি দিলে পদত্যাগ পত্ৰ৷ টিডিপিৰ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অশোক গণপত ৰাজু আৰু ৱাই এছ চৌধুৰীয়ে প্ৰধানমন্ত্ৰীক পদত্যাগ পত্ৰ প্ৰদান কৰে৷Delhi: The two TDP MPs in the Union Cabinet, AG Raju & YS Choudhary leave after meeting Prime Minister Narendra Modi. pic.twitter.com/xXYV3OLc4t
— ANI (@ANI) March 8, 2018
06:00 PM টিডিপিৰ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীক দিলে পদত্যাগ পত্ৰ৷Aviation Minister and TDP MP Ashok Gajapathi Raju's resignation letter to PM Narendra Modi pic.twitter.com/DXFbagSzWs
— ANI (@ANI) March 8, 2018
05:15 PM টিডিপি সাংসদ জয়দেল গালাই কয়, আন দলেও আমাৰ দাবীক সমৰ্থন দিছে৷ তেওলোকে যদিও বেলেগ বেলেগ বিষয়ত প্ৰতিবাদ কৰিছে আমাৰ দাবীকো সমৰ্থন কৰিছে৷ অৰুণ জেটলীৰ মন্তব্যৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ওলাই অহাই আমাৰ মূল উদ্দেশ্যে৷Union Minister and TDP MP YS Choudhary's resignation letter to PM Narendra Modi pic.twitter.com/qDeS2yHOfA
— ANI (@ANI) March 8, 2018
05:10 PM এনডিএৰ সহযোগী দল ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ সভাপতি ৰামদাস আঠৱালে কয়, টিডিপিয়ে এনডিএৰ পৰা ওলাই যোৱাটো ভাল কখা হোৱা নাই৷ মই ভাৱে অন্তিম নিৰ্ণয় লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে জনসাধৰণৰ ভালৰ বাবে এবাৰ ভাবক৷ বিজেপি অধ্যক্ষৰ পৰা সময় লওক, লগ ধৰক৷ যদি সকলো ৰাজ্যই বিশেষ ৰাজ্যৰ মৰ্যদা বিচাৰে তেন্তে চৰকাৰৰ বাবে অসুবিধা হয়৷Other parties who are sympathetic to our cause have also started protesting on various issues but in support of us. Next step is coming out of the cabinet, after FM Jaitley's statement yesterday: Jayadev Galla, TDP pic.twitter.com/23FJOY3Sq4
— ANI (@ANI) March 8, 2018
It is not good that TDP has decided to breakaway from with NDA. Want to appeal to AP CM N Chandrababu Naidu that he must think over this decision once again for development of people of AP they should stay with NDA: Union Minister Ramdas Athawale in Delhi pic.twitter.com/EUVkOnuLKc
— ANI (@ANI) March 8, 2018
05:00 PM অন্ধ্ৰৰ বিজেপি বিধায়ক পিবিএন মাধৱে কয়, অন্ধ্ৰৰ মন্ত্ৰীয়ে মন্ত্ৰী সভাৰ পৰা বৃহস্পতিবাৰে পদত্যাগ কৰিছে৷ আমি জনসাধৰণৰ মাজলৈ যাম৷ কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ বাবে বহু কাম কৰিছে৷ ৰাজ্য বিভক্ত হোৱাৰ পিছত ৰাজ্য খনে কি পাইছে আমি ৰাইজক বুজাম৷ এতিয়ালৈ আন ৰাজ্যই ইমান পোৱা নাই৷Whenever you seek time from PM Modi and BJP President Amit Shah they meet. If all states demand special status it would become very difficult for the government: Union Minister Ramdas Athawale in Delhi pic.twitter.com/CHuITMnrsG
— ANI (@ANI) March 8, 2018
04:53 PM কংগ্ৰেছে মোডী চৰকাৰক কাঠগড়াত থিয় কৰাই দলৰ নেতা আহমেদ পেটেলে কয়, এয়া দুৰ্ভাগ্য পূৰ্ণ কথা৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ফোন ৰিচিভ কৰা নাই৷ অন্ধ্ৰৰ জনসাধৰণৰ বাবে এয়া ভাল কথা হোৱা নাই৷Decided that our ministers will resign from TDP Cabinet. We will be going to the people & telling them all the things Centre has done for the state. Since independence till date, no state has received as many favours as that were given to #AndhraPradesh: PVN Madhav, BJP MLC pic.twitter.com/wsXt6O4mNp
— ANI (@ANI) March 8, 2018
04:30 PM অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী নাৰা লোকেশে কয়, আমি বহু ধৈৰ্য ধৰিলো৷ আমি ভুৱা আশ্বাসক বহু ভৰষা কৰিলো৷ আমাৰ মন্ত্ৰীয়ে মোডী চৰকাৰৰ পৰা পদত্যাগ কৰিব গৈ আছে৷ অন্ধ্ৰপ্ৰদেশৰ জনসাধৰণৰ সপোন পূৰণৰ বাবে যি কৰিব লাগে আমাৰ দলে কৰিব৷It is very unfortunate that the Prime Minister couldn’t take the Andhra Pradesh Chief Minister’s phone call on such an important matter. This doesn’t augur well for the interest of the people of Andhra Pradesh: Ahmed Patel, Congress (File Pic) pic.twitter.com/3owAkrBOyS
— ANI (@ANI) March 8, 2018
04:12 PM চন্দ্ৰ বাবু নাইডুৱে টুইট কৰি কয়, আমাৰ সিদ্ধান্তৰ বিষয়ে প্ৰধানমন্ত্ৰীক জনাব বিচাৰিছো৷ কিন্তু যোগাযোগ কৰিব পৰা হোৱা নাই৷We’ve waited enough. We’ve believed in false promises enough. Our ministers are resigning from the Union Cabinet. We will do whatever it takes to fulfill the aspirations of the people of Andhra Pradesh.
— Lokesh Nara (@naralokesh) March 7, 2018
I tried reaching out to the Prime Minister to inform him about our decision. But sadly, he was unavailable.
— N Chandrababu Naidu (@ncbn) March 7, 2018
04:00 PM অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী সভাৰ পৰা ২গৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰে৷ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে কেন্দ্ৰ পৰা তথা এনডিএৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতেই বিজেপি বিধায়ক অকুলা সত্যনাৰায়ণে বিজেপিৰ মন্ত্ৰী কমিনেণী শ্ৰীনিবাস আৰু পেডিকোণ্ডিলা মণিক্যায়াল ৰাৱে বৃহস্পতিবাৰে পদত্যাগ কৰে বুলি কয়।I am not angry with anyone. This decision has been taken only to benefit the people of Andhra Pradesh.
— N Chandrababu Naidu (@ncbn) March 7, 2018
04:00 PM কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কোনো কাৰণত বিশেষ ৰাজ্যৰ মৰ্দা দিয়া নহয় বুলি স্পষ্টি কৰি দিয়াৰ পিছত চন্দ্ৰ বাবু নাইডুৱে কয়, মই যোৱা ৪ বছৰত একো বিচৰা নাই৷ আশা কৰিছিলো সহযোগী দল হোৱাৰ বাবে বিজেপিয়ে ঘোষণাপত্ৰত উল্লেখ কৰা প্ৰতিশ্ৰুতি মতেই প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব৷ ইমানে নহয় ৰাহুল গান্ধীৰ কথা উল্লেখ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া হ’ব বুলি কৈছিল বুলি কয়৷ আনহাতে, নাইডুৱে কয়, মই সদায় কেন্দ্ৰক সহায় কৰি গৈছো কিন্তু মোৰ ৰাজ্যৰ লোকসকল অপামানিত হোৱা বুলি অনুভৱ হৈছে৷ যদি মই মাত নিদিও ৰাইজে মোক ক্ষমা নকৰিব৷Two #BJP ministers in AP govt. submit resignation
— ANI Digital (@ani_digital) March 8, 2018
Read @ANI story | https://t.co/cDMafCAOkS pic.twitter.com/oPrfz3Upto
04:00 PM কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ইতিমধ্যে স্পষ্টি কৰি দিছে কোনো কাৰণত বিশেষ ৰাজ্যৰ মৰ্দা দিয়া নহয় বুলি৷ চৰকাৰে কেৱল বিশেষ পেকেজ দিয়া হ’ব বুলি কয়৷ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় ‘‘এখন ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা কিয় দিয়া হ’ব তাৰ কাৰণ কি হে মুল কথা৷ বিত্ত আয়োগৰ মতে কেৱল উত্তৰ পূৱৰ ৰাজ্যক হে বিশেষ ৰাজ্যৰ মৰ্যদা দিব পৰাৰ ব্যৱস্থা আছে৷ কিয়নো এই ক্ষেত্ৰত ক্ষমতা বহু কম৷’’ 03:00 pm কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা পদত্যাগ কৰাৰ পিছত টিডিপিৰ নেতা অশোক গণপতি ৰাজুৱে কয়, আমি প্ৰধানমন্ত্ৰীক লগ কৰিব বিছাৰিছো, আমাৰ সমস্যাৰ কথা কবলৈ৷ যাৰ দ্বাৰা আমি তেওক পদত্যাগ পত্ৰ প্ৰদান কৰিব পাৰো আৰু কাম কৰাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাব পাৰো৷Other parties who are sympathetic to our cause have also started protesting on various issues but in support of us. Next step is coming out of the cabinet, after FM Jaitley's statement yesterday: Jayadev Galla, TDP pic.twitter.com/23FJOY3Sq4
— ANI (@ANI) March 8, 2018
We are asking for an appointment with Prime Minister not for having a discussion about this problem, but to handover our resignations and thank him for allowing us to work in his team: Ashok Gajapathi Raju pic.twitter.com/m4cyiz5rAA
— ANI (@ANI) March 8, 2018
02:20 PM চন্দ্ৰ বাবু নাইডুৱে বৃহস্পতিবাৰে কয়, আনহাতে অৰুণ জেটলীৰ মন্তব্যক ভাল পোৱা নাই বুলি কয় চন্দ্ৰ বাবু নাইডু৷ অন্ধ্ৰপ্ৰদেশৰ সকলো নাগৰিকে একেলগে থিয় হ’ব লাগিব৷ মই ইয়াৰ জৰিয়তে ইয়াকে কোৱা নাই আপোনালোকে সিদ্ধান্ত সলনি কৰক৷ ৰাজ্যৰ বাবে চিন্তা কৰক আৰু কাম কৰক৷ মই দুয়োগাৰকী কেন্দ্ৰীয় মন্ত্ৰীক ৰাজ্যৰ হিতৰ বাবে কাম কৰি যাবলৈ কৈছো৷Let us not get confused. When the state of Andhra Pradesh was made, the people did not want to be treated as a residue material. There were some assurances made. UPA govt made some commitments, now these commitments are the questions: Ashok Gajapathi Raju pic.twitter.com/ftqumz4x2B
— ANI (@ANI) March 8, 2018
We brought a mechanism to check health of pregnant women & new born babies. We decided to supply sanitary pads at half the price. Soon this will be brought into implementation: Andhra Pradesh CM N Chandrababu Naidu #InternationalWomensDay pic.twitter.com/OJUtAewQCa
— ANI (@ANI) March 8, 2018
I congratulate the speaker for successfully conducting National Women Parliament. That summit got international accolades: Andhra Pradesh CM N Chandrababu Naidu in state assembly #InternationalWomensDay pic.twitter.com/p0DczfdLzg
— ANI (@ANI) March 8, 2018
What Arun Jaitley spoke yesterday is not good. You are holding hand of the North Eastern states but not Andhra Pradesh's. You are giving industrial incentives to them, not to Andhra Pradesh. Why this discrimination?: #AndhraPradesh CM N Chandrababu Naidu in state assembly pic.twitter.com/1RtJsx7sRt
— ANI (@ANI) March 8, 2018
02:00 PM কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে নীতিশ চৰকাৰৰ উদাহৰণ দি বিশেষ ৰাজ্যৰ মৰ্যদা বিচাৰি থকা বুলি কয়৷ কিন্তু বিশেষ পেকেজ লাভ কৰা বুলি কৈ বিশেষ পেকেজ বিশেষ ৰাজ্যৰ মৰ্যদাৰ দৰেই বুলি কয়৷ ইমানৰ পিছতো একাংশ লোকে বুজি নাপায় বুলি কয় চন্দ্ৰ বাবু নাইডুক কটাক্ষ কৰে ৰাম বিলাস পাছৱানে৷ এনে লোকক মই ইয়াকে কম, দেশৰ উন্নয়ন কেৱল এনডিএয়েহে কৰিব পাৰিব৷
Nitish's govt has been demanding Bihar's special status for long & we've got a special package which is monetarily as beneficial as special status. But, despite this some people aren't satisfied & to them I will just say that India can only grow in NDA's regime: Ram Vilas Paswan pic.twitter.com/Oe4L0g5PWo
— ANI (@ANI) March 8, 2018