ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো জিলাত বজ্ৰপাত আৰু তুষাৰপাতত প্ৰায় ১১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে পুনৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ indiatimes.comত প্ৰকাশিত খবৰ মতে, তীব্ৰ গতিত বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে৷ 

তীব্ৰ গতিত বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ আশংকা ব্যক্ত কেন্দ্ৰ কৰা হৈছে৷ যাৰ ফলত ১৩ ৰাজ্য আৰু ২ কেন্দ্ৰ শাসিত এলেকাক সতৰ্ক কৰা হৈছে৷

৭ মে’ পৰ্যন্ত প্ৰবল ধুমুহা অহাৰো অনুমান কৰা হয়৷ অসম, জম্মু কাশ্মীৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷