News Next One , বিশ্বনাথ চাৰিআলি , ৯ আগষ্ট ঃ বিশ্বনাথ জিলা আছুৰ আহ্বান মৰ্মে বিশ্বনাথ মহকুমা আছুৰ উদ্যোগত আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগ ক্ৰমে জিলাখনত অনিয়মিত বিদ্যুৎ যোগান আৰু পেট্ৰল , ডিজেল , ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰী আকাশলংঘী মুল্যবৃদ্ধিৰ প্ৰতিবাদত আজি বিক্ষোভ কাৰ্যসুচী ৰূপায়ণ কৰে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিপক্ষে বিভিন্ন শ্লোগান দি আছুৰ বিষয়ববীয়া সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ