ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল

গুৱাহাটীঃ ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল৷ ৮গৰাকীকৈ আবকাৰী অধীক্ষকক বদলিৰ নিৰ্দেশ দিছে প্ৰশাসনে৷ 

কোন বিষয়াক ক’লৈ বদলি কৰিছেঃ 

বেদাংগ ভূষণ শইকীয়াক গোলাঘাটলৈ বদলি
শোণিতপুৰৰ আবকাৰী অধীক্ষক আছিল শইকীয়া
হিমনজ্যোতি বৰা যোৰহাটৰ নতুন আবকাৰী অধীক্ষক
তিনিচুকীয়াৰ আবকাৰী অধীক্ষক আছিল বৰা
গৌৰাংগ চৌধুৰীক দৰঙলৈ বদলি
হাইলাকান্দিৰ আবকাৰী অধীক্ষক আছিল চৌধুৰী
কৰিমগঞ্জৰ আবকাৰী অধীক্ষকক বাক্সালৈ বদলি
সুব্ৰত বিশ্বাসক কৰিমগঞ্জৰ পৰা বাক্সালৈ বদলি
অজয় বায়নক ধুবুৰীলৈ বদলি
ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক আছিল বায়ন
বনানি হোজাইক যোৰহাটৰ পৰা তিনিচুকীয়ালৈ বদলি
মানসজ্যোতি দাসক কৰিমগঞ্জলৈ বদলি
ধুবুৰীৰ আবকাৰী অধীক্ষক আছিল মানসজ্যোতি দাস
মানৱী দাসক ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষকৰ দায়িত্ব
নগাঁৱৰ আবকাৰী অধীক্ষক আছিল মানৱী দাস