Home দেশভয় নহয়! অমিত-ৰোহিতৰ দৰেকৈ সাহসেৰে জয় কৰক কৰ’না ভাইৰাছক

ভয় নহয়! অমিত-ৰোহিতৰ দৰেকৈ সাহসেৰে জয় কৰক কৰ’না ভাইৰাছক

by News Desk
A+A-
Reset
hahi corona

নতুন দিল্লীঃ ‘মই ভাৰতৰ সেইসকল দুৰ্ভগীয়াৰ মাজৰ এজন যিসকল কৰ’না ভাইৰাছত প্ৰথমেই আক্ৰান্ত হৈছিল। সম্প্ৰতি মই সম্পূৰ্ণৰূপে সুস্থ। চৈধ্য দিনৰ পাছত মই এতিয়া ঘৰলৈ উভতিছো। এতিয়া মই সকলোকে ক’ব খোজো যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱাৰ অনুভৱ কৰিলেই বিনা সংকোচে কোনো ভয় ভাৱ নৰখাকৈ চিকিৎসকৰ কাষ চাপক, চিকিৎসকৰ ওপৰত ভৰসা ৰাখক।’-এই মন্তব্য উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী অমিত কাপুৰৰ।

অমিত কাপুৰ যেতিয়া নিজৰ ভাতৃৰ সৈতে ইটালীৰ পৰা উভতি আহিছিল তেওঁৰ পৰিয়ালৰ ১১ জন সদস্যৰ যোৱা দুই মাৰ্চত কৰ’না ভাইৰাছৰ টেষ্ট কৰোৱা হয়। টেষ্টটোত পৰিয়ালটোৰ ৬ জনকৈ সদস্যৰ দেহত ভাইৰাছবিধৰ সংক্রমণ ধৰা পৰে। সেই সকলৰ ভিতৰত তেওঁৰ ৭৩ বছৰীয়া পিতৃ, ৬২ বছৰীয়া মাতৃ, ৪৪ বছৰীয়া ভাতৃ, ১৬বছৰীয়া পুত্ৰ আৰু ৩৮ বছৰীয়া তেওঁ নিজেও। যেতিয়া প্ৰথমে ভাইৰাছৰ সংক্ৰমণৰ কথা স্পষ্ট হ’ল তেতিয়া তেওঁৰ পৰিয়ালটো সম্পূৰ্ণৰূপে মানসিকভাৱে ভাঙি পৰিছিল আৰু ভয় আৰু শংকাত ম্ৰিয়মান হৈ পৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0