শিমলুগুৰিঃ যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা বুধবাৰে অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ মেচত মুখামুখি হয় নামচাই ফুটবল ক্লাব বনাম ৰাজবাৰী একাদশ।

শ শ দৰ্শকেৰে খেল পথাৰ ভৰি পৰা উত্তেজিত খেল খনত নামচাই ৩-০ গলত ৰাজবাৰী একাদশ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰে৷ খেলখন পৰিচালনা কৰে নাজিৰা জিলা ফুটবল সন্থাৰ পৰিচালক ৰাতুল ফুকন, হৰেণ লিকচন, বুলনজ্যোতি সন্দিকৈ আৰু অভিলেষ খনিকৰে৷