Home বিশ্বফ’ৰ্বছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী, স্থান নৱম

ফ’ৰ্বছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী, স্থান নৱম

by News Desk
A+A-
Reset
modi-75915

newsnextone.com | ​ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত সন্নিবিষ্ট হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম৷ জনপ্ৰিয় ‘ফ’ৰ্বছ’ আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বৰ ৭৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ এখন তালিকাত নৱম স্থান অধিকাৰ কৰে নৰেন্দ্ৰ মোডীয়ে৷ আনহাতে তালিকাখনৰ প্ৰথম স্থান দখল কৰে চীন ৰাষ্ট্ৰপতি চি জিনপিংগ৷ তেওঁ ৰুছ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আঁতৰাই পুনৰ বিশ্বৰ প্রভাৱশালী লোকৰ মাজত শীৰ্ষত উপবিষ্ট হয়৷

চীন ৰাষ্ট্ৰপতি জিনপিংগ বিগত চাৰি বছৰ একেধাৰে প্ৰভাৱশালী ব্যক্তিৰ তালিকাখনৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ আহিছে৷ তাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰি আহিছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে৷ আনহাতে তালিকাখনৰ তৃতীয় স্থানত আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, চতুৰ্থ স্থানত এঞ্জেলা মৰ্কেল আৰু পঞ্চম স্থানত এমেজন কম্পেনীৰ স্বত্বাধিকাৰী জেফ বেজোশ অধিষ্ঠিত হৈ আছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0