প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তৰণীস্থিত আৰিমত্ত মিনি ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা৷ আৰিমত্ত ক্লাৱৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাখনৰ বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি ভূবনেশ্বৰ লহকৰে উদ্বোধন কৰে।

আজিৰ খেলত ঘৰুৱা দল তৰণী ইলেভেন ষ্টাৰে প্ৰতিদণ্ডী কাউৰবাহা আঞ্চলিক ক্ৰীড়া সন্থাক ৬-১ গলৰ ব্যৱধানত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰে৷