newsnextone.com | গুৱাহাটীঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই শীঘ্ৰে বজাৰত মুকলি কৰিব নতুন ধৰণৰ ১০০ টকীয়া নোট৷ এই কথা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ শীঘ্ৰে বজাৰলৈ আহিব ১০০ টকীয়া নতুন নোটসমূহ৷

এই নোটত থাকিব ‘ৰাণী কা কভ’ নামেৰে দেশৰ সাংস্কৃতিক চিহ্ন৷ দেশৰ সাংস্কৃতিক ঐতিহ্যৰ ছবি সংপৃক্ত হ’ব৷ কেইবাটাও ৰং থাকিবলগীয়া ১০০ টকীয়া নোট খন আন আন নোটৰ দৰেই প্ৰচলন হ’ব বুলি কয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷