newsnextone.com | তেজপুৰঃতেজপুৰত তৈল সামগ্ৰীৰ উপভোক্তাৰ হাহাকাৰ৷ পে'ট্ৰল-ডিজেল বিচাৰি ভিৰ তেল ডিপোসমুহত। 

চিণ্ডিকেটৰাজ বন্ধৰ দাবীত অসম পে'ট্ৰলিয়াম মজদুৰ ইউনিয়নে মঙলবাৰৰপৰা ৰূপায়ন কৰে অনিৰ্দিষ্টকালীন ধৰ্মঘট।মজদুৰ ইউনিয়নৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে ভাৰতীয় তেল নিগমৰ ডিগবৈ টাৰ্মিনেল।

যাৰ বাবে তেল ডিপোসমুহত পেট্ৰল-ডিজেল বিছাৰি অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰ।গাড়ীৰ অপেক্ষাত জীয়াতু ভূগিবলগীয়া হৈছে দুৰ দূৰণিৰ যাত্ৰীসকলো।