newsnextone.com।চামগুৰিঃ

চামগুৰিৰ উদমাৰীত পুৱা বন্যহস্তীৰ আক্ৰমণত নিহত এজন। 

নিহত লোকজন উদমাৰীৰ অৰ্জুন তাঁতী বুলি জানিব পৰা গৈছে। 

পুৱা পথাৰলৈ গৈ থাকোতে আক্ৰমণ কৰে বন্যহস্তীয়ে। 

সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আছে লোকজনৰ মৃতদেহ।