54
শিমলুগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত নিমাইগড় হাবি ৰাজহুৱা খেলপথাৰত ‘স্বৰ্গীয় ৰজনী হাতীমূৰীয়া আৰু স্বৰ্গীয় বাহশ্বৰী হাতীমূৰীয়া’ চলন্ত ট্ৰফী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে।
অহা ২২ অক্টোবৰত শুভাৰম্ভণি হ’বলগীয়া ফুটবল প্ৰতিযোগিতাখনৰ যোগদানৰ অন্তিম তাৰিখ ১৬ অক্টোবৰ৷ যোগদানৰ মাচুল ৭০০ (সাতশ) টকা উদযাপন সমিতিয়ে নিৰ্ধাৰণ কৰি দিছে।