তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হয় এখন কোৱাৰ্টাৰ ফাইনেল খেল৷

কেতেকীবাৰী সংঘ আৰু অনলাইন এফ চিৰ মাজত অনুষ্ঠিত উত্তেজনাপুৰ্ণ খেল খনত ২-১ গলত কেতেকীবাৰী সংঘই বিজয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী উমেশ শালৈ, হাৰেজুৰ ৰহমান আৰু দিপক কলিতাই।