newsnextone.com।কাজিৰঙাঃ  গোলাঘাটত নীপকোৱে এৰি দিয়া পানীয়ে সৃষ্টি কৰা বান মাৰ নেযাওঁতেই পুনৰ এৰিলে পানী।

নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানীভাগ নীপকোৱে পুনৰ এৰি দিয়া ফলত বানত প্লাৱিত হৈছে জিলাখনৰ নুমলিগড়, দৈগ্ৰুং, মৰঙী ৰাজহ চক্ৰ অন্তৰ্গত বিভিন্ন গাওঁ।

জিলা প্ৰশাসনে ইতিমধ্যে বোকাখাট মহকুমা প্ৰশাসনক যিকোনো পৰিস্থিতিৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জানাইছে।