বোকাজানত নম্বৰ প্লেট সলনি কৰি কৰি মণিপুৰলৈ নিয়াৰ প্ৰস্তুতি চলোৱা সময়তে গুৱাহাটীৰ পৰা চুৰি হোৱা ৩ খন স্কুটি বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।